মাঘ, ১৮৩১)। | মণিপুৰ যাত্ৰা। উগুল-খুগুল মনেৰে মইও বিছনাৰপৰা উঠি মুখ ত ই যাত্ৰাৰ বিষয়ে কৰিবলৈ ধৰিলো। কাম বিশেষ একো নাছিল—আগ বাড়িয়েই সকলে ঠিক-ঠাক কৰি থৈছিলো। কিন্তু কি এটা কথা, ডিব্ৰুগড় এৰি অ মইলৈ বাৰৰ বেলিকা সদাই মোৰ কিবা নো-নাম-খেন লাগে। ইয়াৰ প্ৰতি ধূলিকণাটোৰে কিবা এটি অ আকৰ্ষণ শক্তি আছে। সেইবাৰে। পৰা ওলাবৰ আগ মুহুৰ্ত পৰ্যন্ত যান-নে-নোম ঠিক কৰিব নোৱাৰি হোহোক-পিছা কৰিবলৈ ধৰিলে। তথাপি মাহে লাহে সৰু কাপোৰ বেগটোত এড়ীয়া কাপোৰ এখনে, চুৰিয় এখনে, বেনিয়ান এটা, গামো এনে, এটা এটায়, নাক পাহল - নীয়া সতৰঞ্চি পো এনে ৰাই ঠিককৈ থলে। নিজেও দুটামান কিবাকিৰি খাই ৰৈ লৈ ঠিকঠাক হৈ ললে। ক্ৰমে ৰেলৰ সৰয় হল মাতিটোৱে বেগটোৱে হাত লৈ ঘৰ ৰা ওলালোঁ আৰু সুপুৰি ঘৰটোত তলা-ৰি মাৰি ওচৰ-চুবুৰীয়া ৰা এবৰক লৈ চকু ৰাখিবলৈ কৈ বিবাৰী ষ্টেছনৰ ফাললৈ খোৰ ললে।। অৱশ্যে ই ৰে মণিপুৰলৈ যাবলৈ ওলাইছে। এই চা পূৰে কোৱা মৰ বলে ডিব্ৰুগড় আন কোনেও দু নেপালে। বেলে ফেইখিনি ৰানৰ পাত আহাখাটত ৰাই দিলে। মোৰ এতিয়াও যাওঁ-নাওঁ তাৰ চা নাই। সেখাৰে অই নিচেই ওচৰ' মে ডিহেং-মুখৰ এখন থাৰ্ড ক্লাছৰ টিকিট কিনিশো। বন্ধুৱে কিন্তু একেবাৰে ফকিলামুখ ও টিকিট বলে। জাত উঠি বুই পালে বন্ধুৰ লগত আৰু এন লগৰীয়া আহিছে তেওঁৰ কিন্তু খণিপুৰলৈ যোৱাৰ একো ঠিক নাই। তেওঁ জোট মানতে নাৰিব পাৰে। এওঁতে, আমাকে মণিপুৰলৈ ষোয় একো ঠিক নাই। মনে ধৰিলে, আমিও এই ফাললৈ ৰাৰ পাৰে। বেই হক তিনজন সহযাত্ৰী গোটখোৱাত মন ভালৰ বাহিৰে বো নেপালি। আহা এৰি দিলে। ডিব্ৰুগড়ৰ চিৰসুৰ ইমাম বাৰিৰ ফুক অনেক ৰ হল। যে প্ৰথম সঙ্গীয়ে তা খেলা গদ্ধে কেইটামান শেল নে বাই যৰ চৰিত কৰিলে। মই কোনো ভালো সমূলি বেনি লেও, তাবিজাবি, পাটীগণিতৰ পাহাৰত তে খেলৰ এটা পায়
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৬১
অৱয়ব