পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মং, ১৮৩) গুৰু চৰিত্ৰ। সাপ শাহি ফণা তুলি ধৰিছে: শৰি দেখি ওৰ পায় কেৰ মাৰি পাপৰ ভয় বুণি আচৰিত হৈ চিয়ৰ মাৰি গুৰু-মাতাত কোৱা আবেগেৰে গৈ দেখি সাখটি ধৰাত সৰ্প অদৃশ্য হল। এই দৰে মায়া দেখুৱাই গুৰুখে আকাড়ি তুৰিব পৰা হৈছে। পিতৃদেৱৰ ইষ্টদেৱতা মুক্তিৰ ওপৰত বহি আছে, পৰিচাৰি- কাই গেণি মৃত্যু ভয় পাইছিল; কিন্তু গুগৰ কাৰ্যত মনুষ্য যুৰিৰে বাকলিৰ নোৱাৰে; বান্ধবিকে একে। আমঙ্গল নহল। ক্ৰম লৰি ফুৰি পৰা হল, দিবা নিশি বেলি ভিন্ন আন একো কাৰ্যা নাই। লগীয়া শৰাৰোৰ লৈ আমোদ প্ৰমোব্দ কৰি ফুৰে; কেতিয়াবা বিদ্যা থে; সময়ত কোটোৰ বেলেজাহকালি। ব্ৰহ্মপুত্ৰ নদীত নাদুৰি দুৰে। এদিন সঙ্গৰ বালক সৈতে হাৰিলৈ যোৱাত এটি হৰিণ কৰি আনে; কিছু সময় ষোল কৰি এৰি দিয়ে; আৰু এদিন বটা চৰাই ধৰি আনি ধেমালি কৰিছে; বালক সকলে চৰাই পোৱালি ক দিব খেত বাধা দি মেলানি দিছে। এখিন ৰামৰাম সহিত আমোদ চলে ব্ৰহ্মপুত্ৰ নদী ভাদ মাহত পাৰাপাৰ হৈছিল। এদিন পানীত বুৰ মাৰি তিনি প্ৰহৰ বেলি জলৰ তলত আছি। আটাইবোৰ লৰা এদিন ব্ৰহ্মপুত নাও লৈ আযোৰ কৰিবলৈ গৈছিল; শঙ্কৰদেৱে নাৱত শুঠি দুইবাৰ সাতুৰি পাৰাপাৰ হল; সকলে। খালকে দেখি আচৰিত মান সমুদায় কথা ভূঞাসকল কলত তেওঁলোকৰ মনত ক্ৰমে ঈশ্বৰ বোধ হবলৈ ধৰিলে আৰু এদিন ব্ৰহ্মপুত্ৰৰ পাৰত সকলে নগৰীয়া শৰ সৈতে আমোদ কৰি ফুৰিছে এনেতে এটি তই পানীত বুৰ মাৰি মাৰি নেমালি কৰি উজাইছে; প্ৰভুৱে দেখা পাই সৰু বালকা কণে যে কোনে এই দুটি বুৰ মাৰি ধৰি আনিষ পাই। আটাইবোৰ লৰা আচৰিত হৈ কলে যে কোনে এনে ভয়াবহ ত ত দিব পাৰে। পিত নিজে পানীত বুৰ বাৰি কলোৰেলি থাকি সৈতে ওলাই আহি সঙ্গী বালক সকলক দেখুৱাই এৰি দিছে। এদিন গুৰুষতা বন ৰিকাত গুৰুজনে। পাইছে বুলি শাক খোত খাইয়ে ঋলে, কত ভাত আছে উলিয়াই থোৰ। পিছত মাতৃৰ আশ পালন কৰি চতুৰু ৰূপ ধাৰণ কৰি এক হাতে , এক ৰাতে গুলিয়া, এক হাতে টি, আৰু ভক্ত আয় দুলি লৈছে। আইয় খেলে েএছুয়ে নিন আপ ধাৰণ কৰি সৰুষ আৰু গৰ