পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম? {শ, ১৮৩২ ইং লোকে নি , পলোকে স্থান। এ আশা মশাই, তোমাৰ পূজা চাই। মোৰ নিৰ ইষ্টদেৰ হৰি পাতে কাৰে সেৱ। তাহান কিয় আমি, নিশ্চয় কিৰী তুমি। তোমাক স্বতন্ত্ৰ মানি পূৰে দুৰায় প্ৰাণী। বৌদ্ধ বিপ্ৰ বাক্যে থাকি তোমাৰনামক ডাকি। ভযু দীক্ষা দিবে টানি, বোলে অলৌকিক বাণী। “তোমাৰ পূজাত যত, পা অভিমত। “বৈষ্ণবক হিংলিকে তকতি বিশি। নানা শাস্ত্ৰ সব দেখাই কুতৰ্ক কুৰতি। কশি লোকক কৰিবেক পাপমতি। শৱ কৰ্ত্তন ভক্তিমাৰ্গ নিৰোধিব। অনুধা লোক অবোধতি কৰাইব।” কটাইবেক হংস ছাগ দিবে দীক্ষা। ভকতি বুলিয়া কতো কইবেক যজ্ঞ।”

  • লৈবেক মৃত্তিক। ফোট পিকিবে অঞ্জন।

লৈবেক তৰ্জনী খেতি কৰিব জশন। তমাল তুলসী ঢেপ মাথাত ধৰিব। যেন পাগল নয় বক্তিয়া ফুৰিৰ। সাজাইবেক তাম্ৰ কাংস শিলা দাময়। এই ভাৱে হৰিপ লৈবাক লায়।" ‘ই শূলপাণি ব্ৰহ্মা আদি দেবগণে। মোক কি নপাৰোহে একনে। তা কাংস দিয়ে কি গতিক দিবে। ফলিত পামৰ লোক একে মানিকে। ভা কাল মৃত্তিকা সানি প্ৰতিমা। হৰি ফুৰ্ত্তি বুলি তাক পূজা কৰিধেক।