বহী। মুখ্য মুখ্য বাহিকিছু কহিলে। তোত।" এই বিশাক মুখ্য নগৰৰ ভিতৰত পুৰণি শে আগষ্যাধি না নাই। ইয়াৰ বাৰাই বুজা যায় যে গজপতিৰ সময়ত সৰু গত আগ জ্যোতিষপুৰ লেখৰ নগৰৰ শাৰীৰপৰা নামি গৈ সামান্য লগত পৰিছিল; আৰু কামৰূপৰ ৰাসকলৰ ৰাজধানী মাজুলীৰ ৰপুৰ হৈছিল; যদিও কাম- ৰূপৰ ৰাসকলে পুৰণি গৌৰৱৰ প্ৰাগজ্যোতিষপুৰাধিপতি উপাধি লবলৈ নাপাহৰিছিল। ইয়াৰ পিছৰ ভাষাৰ আগামী এতিম নাছিল যে সেই কথা হিউয়েনচাঙৰ ভ্ৰমণ স্বায় পৃথিৰপৰা না যায়। হিউয়েনচাঙে পৌৰনৰপৰা পূৰ্ব মুৱা হৈ ১৫ মাইল বাট আহি এখন ডাঙৰ নৈ পাৰ হৈ কামৰূপ ৰাজ্যত সোমাইছিলহি। পৌ বনৰপৰা কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ ১৫০ মাইলতকৈ ভালেখিনি দূৰত আছিল; সেইদেখি সেই কাত কামৰূপৰ আনা হয় গুৱালপাৰ ৰি কোনো এঠাইত, নহয় কোচবিহাৰ, নহয় আজিকালি বঙ্গদেশৰ ভিতৰুৱা ৰংপুৰৰ উত্তৰ-পূৰত আছিল। কামৰূপত বৌদ্ধধৰ্ম্ম কেতিয়াও ভালকৈ প্ৰচাৰিত হোৱা নাছিল, যদিও গুন চাৰিজন বৌদ্ধ অত-তত পোৱা গৈছিল আৰু এটা কি দুটা বৌদ্ধ এৰি থকাটো অসম্ভৱ নহয়, আৰু কামৰূপৰ। তাৰবাকে আদি কৰি কোনোকোনোৱে বৌদ্ধ ভিক্ষু সন্ন্যাসীক আদৰ কৰিছিল। এই কথা হিউ- মেচাঙৰ বিবৰণ পাঢ়িলেই বুজা যায়। আমি আগৰ এক প্ৰবন্ধত কৈ আহিছে। যে বৌদ্ধ শব্দটো কামৰূপৰ নাচাৰী তান্ত্ৰিক বাণ; তপ্ত খামু আৰু আন আন এবৈষ্ণৱ ভক্ত হিন্দুসকলৰ প্ৰতি শাণিস্বৰূপে প্ৰয়োগ কৰা হৈছিল। পাষণ্ডকলাত মহাদেৱে পাৰ্বতীক কৈছে;-- “বিপ্ৰ বাক্যে মেহে হই, কাৰো একো গতি সুই। ইংস ছাগ বলি কবি, তোমাৰ নাক ৰি। তুমি পতি বিৰা বুলি, লোক কৰৈ তুলি। পৰৰ ঈশ্বৰ দেৱ, তা নকৰে সেৱ। তোমাকেসে চান কৰে, খোৰু পুৰু নৰে। দুৰাচাৰ বিপণ, আশা নি পোবন।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৫৫
অৱয়ব