পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২য় খছ, ৩য় সংখ্যা] বাহী। কৈ আহিছে। ইয়াৰ ভিতৰত জিতাৰি বংশলৈ ঠাই কত? যদি নাই, তো সপ্তম শতিকাৰ আগেয়ে সেই বাণী ৰাজাই ৰা কৰে। আমাৰ বিবেচনাত গজপতি বই শতিকাৰ ৰ, আৰু দীপিকাছ যা শতিকাত ৰচিত পুথি। দীপিকাছৰ পাষগুফলা বৰ্ণনা আছে— হবেক অধৰ্ম্মকাৰী লোফ দুতিন। তিনি দিশে তিনি কা হৈবে অনন্ত। এক গেট অশ্বপতি আৰ গজপতি। অপৰ গোটৰ না না নৰপতি" হিউয়েনচাঙেও তেওঁৰ চিইউকি কিতাপত জম্বুদ্বীপৰ চাৰিফালৰ চাৰিজন ৰাজচক্ৰবৰ্তীৰ কথা লেখিছে--*দক্ষিণই গজপতি,-এই দেশ , সেমেকা; হাহীবোৰ পক্ষে উপযোগী। পশ্চিমত ছত্ৰপতি,—ইয়াত যথেষ্ট বা পোৱা যায়। উত্তৰত অশ্বপতি,—ঘোৰাৰ পক্ষে এই দেশ উপযোগী। পূবত নৰপতি,-এই দেশৰ স্বাস্থ্য সুন্দৰ আৰু দেশখনত বহুৎ মানুহ।" নৰকাসুৰৰ দিনৰপৰা প্ৰাগজ্যোতিষপৰ কামৰূপৰ ৰাজধানী আছিল। কিন্তু জিতাৰ বংশৰ কালত সি ৰাজধানী নাছিল। দীপিকাত উলেখ কৰা হন্দি জাল বাজধানী যদিও লুতৰ পাৰত আছিল, কিন্তু পি প্ৰাগ- জ্যোতিষপ ৰ নয়, তাৰ নাম সুবৎসল আছিল। হবিন্দৰ প ও কুৰাৰণ্যৰ ৰাজধানী মাজুলীত আছিল, তাৰ নাম জপুৰ। জিতাৰি বংশ শেখ ৰামচন্দ্ৰৰো ৰধানী ৰূপৰ আছিল বুলি গেট চাহাবে কয়। সেইদেখি আমি সহজে অনুমান কৰিব পাৰে। যে পগোত্তম গজপতিৰো ৰাজধানী ৰত্নপ। আছিল। তেওঁ দীপিছত ৰাজকল। ভাৰতৰ যিবোৰ ডাঙৰ ডাঙৰ নগৰৰ নাম উল্লেখ কৰিছে, সেইবোৰৰ ভিতৰত প্ৰাগজ্যোতিষ নাম নাই, ৰপৰৰ হে নাম আছে। “সিন্ধুপুৰ, নাগপুৰ আৰু চন্দ্ৰপুৰ। মণিপুৰ, ধৰ্ম্মপুৰ, ৰ ব্ৰজপুৰ। কুৰ্শ্ব চন্দ্ৰাৱতী বাৎসপুৰ মহীপৰ। কাশীপুৰ জয়পুৰ ত্ৰিপুৰ জপ। কনক চক মৎস্যপুৰ ৰমপুৰ।