পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম। [ মাঘ, ১৮৩৭ যা যা কৰে। এওঁৰ পাত পদ্মনাৰায়ণ, নাৰায়ণ, মহেন্দ্ৰনাৰায়ণ, গমোৰায়ণ, বামনাৰায়ণ, অয়নাৰায়ণ, খেৰনাৰায়ণ আৰু ৰামচন্দ্ৰ প্ৰকে ১০ বছৰ ৰাজত্ব কৰে। আমাৰ দিনতে এই বংশ লোপ পায়।” ওপৰৰ এই কথাৰপৰা বুঝা যায় যে গেইট চাহাবে লেখা সুত্ৰিয় ধৰ্ম্মপালে আৰম্ভ কৰা আৰু ৰামচই শেষ কৰা এই বংশই জিতাৰি বংশ। এতিয়া চাব লাগে, যদি দীপিকাৰ গ্ৰন্থৰ্তা পৰুষোত্তম গপতি এই জিতাৰি বংশৰ শেষ ৰজা ৰামচ অনুজৰ নাতি হে, তেনেহলে ৰামচন্দ্ৰতে সেই বংশ শেষ হোৱা নাই; কাৰ গজপতিয়ে নিক নৃপতি আৰু একখণ্ড পৃথিবীৰ অধিপতি বুলি চিনাকি দিছে। আৰু তেওঁ যে আচল দাশৰথি ৰাচৰ হে অনুহৰ নাতি সেইটো ওপৰত তুলি ফিয়া তেওঁৰ ৰচনা পঢ়িলেই জানি। তেওঁ স্পষ্টকৈ লক্ষণ, ভৰত, ক্ৰন্থৰ ককায়েক ৰাচৰ কথা কৈছে। আমাৰ মনেৰে তেওঁ দাশৰথি ৰামচন্দ্ৰ জায়েক হতেই হওক বা শত্ৰুঘনেই হওক বা লক্ষণেই হওক, কোনো এজনৰ বংশৰ ৰাৰ লৰা বুলি নিজক পৰিচয় দিছে। অনুৰ মাতি বুলিলেই অনুৰ পৌৰ হব লাগে এনে নহয়। সেই বংশৰ অনেক নামনিপুৰুষৰ লোককে। নাতি বোলাটো অপ্ৰচলিত নহয়। অমুকৰ ঘৰৰ নাতি বুলিলেই যে পুৰুষানুক্ৰমমতে সেই ঘৰৰ পোৰ হব লাগে এনে নহয়। কমলাবাৰীৰ সত্ৰৰ { বাইখনৰ অধিকাৰক আতাৰ নাতি” অৰ্থাৎ কমলাবাৰী সত্ৰ সংস্থাপক পদ্ম আতা বা বহুলা আলৰ নাতি ৰোল। সেই নাতি মানে বলা আতাৰ পোৱ নহয়। পৰ্বতীয়া গোসই এখকো মাতি-গোসাই ৰোল। সেইদেখি গজপতিয়ে নিজ গাখি ৰাৰ জৰ নাতি বুলি কোৱাত আমি একো শেঠা নেদেখে। যদি তেওঁ বিতাৰি ৰং ৰা হয়, তেন্তে তেওঁ সেই বংশৰ শেষ ৰা ৰামচ আগেয়ে ভোগ কৰিছিল সেইটোও অস্বীকাৰ কৰিব নোৱাৰি, কাৰণ চন্দ্ৰকে সেই বংশৰ শেষ ৰা বুলি ৰায় বাহাদুৰ গুণাভিৰাম বৰুৱা, মাথৱচত্ৰ বদলে মি গেইটে কৈছে। ভিৰি বংশৰ ৰাই কামৰূপৰ কেতিয়াৰ কৰিছিল সেইটো ভালকৈ ঠিক কৰিব নোৱাৰি। সৰ শতিকাৰ আৰু যাৰ পিছত আশ শতিকাৰ মাজলৈকে বি কোংশৰ খাই ৰা কৰিছিল, সেই কৌশৰ কথা আমি ওপৰত