এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
S আসাম। [ মা, ১৮৩২ দৈব একদুৰ বা অতি বিগবে। তাহাৰ নগৰ হৈৰ নাম ৰপুৰ। শ্ৰবণ কীৰ্ত্তন ভক্তি হৈবে প্ৰচুৰ। বিংশতি অধিক শত বৰিষ প্ৰখ্যাত পালিবে ধৰণী তাৰ নাহিক পাত। + . . হৈবে সাত পুত্ৰ তাৰ ললাকে মসহিব। সাত খণ্ড কৰি ৰাজ্য বিভাগিয়া লৈব॥” গেইট চাহাবে তেওঁৰ আসামবুৰঞ্জীত ৰামচন্দ্ৰকে সেই বংশৰ শেষ ৰা বুলি কোৱা কথা দীপিকাছৰ পঢ়িলে ঠিক নহয় যেন লাগে। দীপিকাছ শুথি ৰষ্টোতাজনৰ নাম পুৰুষোত্তৰ গজপতি। গজপতিয়ে দীপিকাছলত নিজৰ চিনাকি এইৰে দিছে। “চাৰি ৰূপ ধৰি, ৰাম, লক্ষণ, ততই শত্ৰুঘন। পদে মলি মোক আমাৰ বালক মন। নং এন্ম তৈলে, হেন কৰে। মনে গইম। ফাত কৰি। শৰণ পশিলে। পামৰ যোত্তম।" ই মহা আহম্মী পৰম কুৰ্বাৰ। ৰাম বংশে চৈলে। মহাৰা সাৰ। একৃ ও পৃথিবীৰ গৈলে অধিপতি। বোয়োৰ সমান কোন আয় নৃপঞ্জি। গৰাখি পাতি শী নাই। এহিন গবে মোৰ নি বহি যায়। তোমাৰ খনি পায়েৰেহে গণমা