পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঘােণ, ১৮৩১] অসমীয়া ভাষাৰ সম্পর্কে আষাৰচেৰেক কথা ২৫ উপকাৰ হয়, যে পাহৰণিত বন্ধু খাই অচল হৈ থকা মনে আকৌ তাৰ ফালে চল লয়। সচা কথা কেতিয়াও পুৰণি নহয়, মাত্র কালক্ৰমত তাৰ গাৰ ওপৰত শোয়ে পৰে। সেই শেলাই ঘঁহি গুচাই দিলেই সি আকৌ আগৰ নিচিনা চিকুণ হৈ ওলায়। সকলাে কামতকৈ উপদেশ দিয়াটো উচু। সেই দেখি উজু কাম হাতত লৈ শলাগ-মগণিয়াৰ হব আকাক্ষা মােৰ নাই। কিন্তু বয়ৰ লগে লগে লােকক উপদেশ দিয়াটো এটা অভ্যাসহ পৰেগৈ ; আৰু লাহে লাহে সেই অভ্যাসটো গােট মাৰি মানুহৰ পৰ্কিতি অর্থাৎ স্বভাৱৰ দ্বিতীয় শাৰীলে উঠে। সেইদেখি প্রায় দেখা যায় যে বসিয়াল মানুহে তেওঁ- তকৈ কম বয়সীয়া কাকো কাষত পাসেই, বয়সীয়ানৰ সেই পর্কিত উক দিয়ে, আৰু মুখখন মেল খাই তাৰ পৰা, ভাপ-কলৰ চুঙা অর্থাৎ চিমনিৰ মুখৰ- পৰা পােৱা ওলােৱাদি হাে-হাে-কৰে উপদেশৰ ধোৱা গুলাই নিৰুপায় কম বয়সীয়ানক ছাতি পেলাম। সেই উপদেশৰ দ্বাৰাই শ্ৰোতাৰ কোনো উপকাৰ হওক বা নহওক, বক্তাৰ কিন্তু নহৈ নাথাকে । কাৰণ, সি ইংৰাজীত কবৰ নিচিনা “চেফটি-ভালভ” অর্থাৎ “ইঞ্জিনৰ বইল” টে। নফুটাকৈ ৰাখিবৰ নিমিত্তে এৰি দিয়া ওপৰঞ্চি ধােৱা! বজাৰ মনত গােটথাই থকা কিছুমান থােৱা ওলাই গলে বক্তাই যে সকাহ পায় সেইটো নুই কৰিব নোৱাৰি। | সি যিহওক, উপদেশ মুখেৰে সকৰে কৈ যােৱাতকৈ, পাৰিলে আৰু সুবিধা হলে, লেখি গঢ়াটো ভাল যেন মােৰ মনে ধৰে। কিয়নাে, তেতিয়া- হলে সি কৰে অপৰিমিত হৈ ওলাব নােৱাৰি জোখৰ নিয়ম মানিহে ওলাব পাৰিব। শ্রোতাৰ ফালৰপৰাও অনেক সুবিধাৰ ভিতৰত তাত এ- ফেৰা সুবিধা আছে যে, বক্তাই হু ৰে কি কৈ গল তাৰ আগ গুৰি ভাল বেয়া ইত্যাদি ধীৰে সুস্থিৰে সেই লেখা পঢ়ি পিছতাে বুজিব পাৰি; আৰু বক্তাৰ কথাবােৰে কৰবাৰপৰা পচোৱা বতাহৰ আগৰ বৰষদৰ দৰে আহি হাটি মাৰি শ্ৰোতা শা তিয়াই গুচি যাব নােৱাৰে। কুৰি বছৰৰ আগেয়ে কলিকতাৰ কলেজত পঢ়িবলৈ অহা অসমীয়া হাত সকলৰ ভিতৰত এটা আন্দোলনৰ সূত্রপাত হয়। সেই আন্দোলন আজি কালিৰ নিচিনা গােলমালীয়া স্বদেশী, ভলগা "ইক,কফকনি মৰা এক- &মিঃ," নাইবা কোচ-পাতোতা “ডবেট" অন্দোলন নহয়। সেই অনােলন