পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৫ আসাম। [ খ, ১৮০ হেবৌ সেবা” ইত্যাদি শবদ শিকাকে শৰলখা কৰ। আগৰ আশা সংস্কৃত পঢ়াশাণিত ব্যাকৰণ পঢ়াৰ পিছত ৰাতিৰ পঢ়া আৰু চিকিৎসাশা পঢ়া হোৱাৰ কথাও অনেকে আনে। ইয়াৰ পিছত হেতুবিদ্যা অৰ্থাৎ সায়মা আৰু দৰ্শনশাস্ত্ৰ শিক্ষা দিয়া হৈছিল। চতুৰ্থ যুগ-সপ্তম শতিকাৰপৰা বাদশ শতিকাৰ মাজলৈকে। হিউয়েনচাঙে আসাৰ এৰি যোৱাৰ পিছৰপৰ এন্ধাৰে আকৌ আসাম ঢাকিলে; অৰ্থাৎ এনে কোনো বিবৰণ নাই যাৰপৰা আমি তাৰ পিছৰ যুগৰ অসমৰ বিষয়ে জানিব পাৰো। কিন্তু ডাৱৰীয়া আটহী-ৰাতিত বিজু শীৰ পোৰৰ দৰে খনচেৰেক আৰফলি আৰু পৰ্বতৰ পাৰ শিলৰ ওপৰত শেখা ওলাইছে বিষোৰৰ ঢকা- চমক পোহৰৰ দ্বাৰাই সেই এন্ধাৰত অলপ-অচৰপ বাট পাব পাৰি। দুখন তা-ফলি পোৱা গৈছে,প্ৰথমখন তেজপুৰত পোৱা গৈছে, বানালা। দ্বিতীয়খন নাৱত পোৱা গৈছে, খবৰ্মণ ৰজাৰ। তৃতীয় আৰু চতুৰ্থন লুৱালকুচি আৰু বৰ গাৱত পোৱা গৈছে, ৰত্নপাল ৰ। পঞ্চমখন গুৱাহাটাত, বত্বপাল ৰ। আৰু যখন কাণীত পোৱা গৈছে, বৈদেৰ ৰাৰ। | এইবোৰৰ উপৰি তেজপুৰৰ ওচৰৰ পৰ্বতৰ শিলৰ গাত কটা আখৰেৰে লিখা পোৱা গৈছে, জাত হৰ্জৰ বৰ্মণ ৰাৰ সাৰ আৰু ১০ গুপ্ত-শক (৮২৯ খৃষ্টাব্দ) আছে। এ তো আৰু নৱৰ তামৰ ফলিত লেখা বানাল। আৰু লবণ জাৰ ফৈদৰ বিহীন। এটাইবোৰ তাৰ-ফলিতে সলো নগৰৰ শ্ৰেই প্ৰাগজ্যোতিষ কথা, কামৰূপ বিশ্ৰয়ী নৰকাসুৰ, তেওঁৰ পুতেক ভগগগুৰ আৰু সেই বংশৰ কেই পুৰুষলৈকে পিছৰ ৰজাসকলৰ কথা আছে। আসাম বুৰঞ্জী লেখক শিষ্টৰ গেইটে এই তাম-কলিবোৰ আৰু শিলৰ ওপৰত ওলোৱা লেখা মিলাই সামগ্ৰ কৰি সিদ্ধান্ত কৰিছে যে প্ৰায় খৃষ্টাব্দত পালন্ত নামে স্লেচ ৰা এজৰে ভাৰাৰ বংশৰ জাক কৰি কামৰূপৰ ৰাজপাট থিকাৰ কৰে। ইৰ খাৰাই ফটকটীয়াকৈ দেখিবলৈ পোৱা যায় যে হিউয়েনা আসা এৰি যোৱাৰ কিছুমান বছৰ পিছতে এ কা লাতি। শালৰ পিছ সেই ৰী কুৰি নাইকা