পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম। ধ, ৮৩২ ] বে, সি আহি লৰণা একে ভাৱেই আছে, আৰু সেই ভাষাৰ উচ্চাৰণ নিবলৈ মধুৰ, ৩ আৰু দেৱতাসকলৰ ভাষাৰ নিচিনা। অসমীয়া ভাবও বেকিয়া প্ৰায় সেই ভাষাৰ নিচিনা বুলি তেওঁ কৈছে, সেইটো যে অসমীয়া ষাৰ পৰুে কি সৌৰয় আৰু কি অহঙ্কাৰ কৰিবৰ কথা আপোনাসকলে ভাবি ক। আৰু এইবাৰ কথা কোনে কৈছে? বেদ বেদ আৰু দৰ্শনাছি এখন সংস্কৃত গ্ৰন্থৰ অনুবাদক মহা পণ্ডিত মহা খাৰ্শ্বিক ঋষিতুল্য হিউয়েন- চাঙে কৈছে. কি জীৱন ও মিছা কথা নকৈছিল আৰু সকলো বিষয় বিবেচনা কৰি চলিছিল; যি হিউয়েনচাংৰৰচিত চিউইকি গ্ৰন্থৰ কথা মিষ্ট তিনচে ট শ্ৰীখে ( Mr Vincent sinit}} আগৰ কালৰ ভাৰতবৰ্ষৰ বুৰঞ্জী (Early History of India) কিতাপত এই লখিছে,—“His book is a treasure-house of accurate information indispensable to every student of in- dian antiquity and has done more than any archaeological dis- covery to render possible the remarkable resusciation of lost In- dian history which has recently been effected.” ঘামি ওপৰত কৈ আহিছে কে টিইউকি কিতাপৰ পাতনি টাংৱেটাৰৰ মন্ত্ৰী চাং ইউৰে লেখিছে যে হিউয়েনচাঙে বিধি দেশলৈকে গৈছিল সেই সেই দেশৰে ভাষা আয়ত্ত কৰিছিল। ইয়াৰ দ্বাৰাই এইটো বেছ প্ৰমাণ হয় যে তেওঁ মধ্যভাৰতৰ ভাষাও বিকিনিছিল আৰু কামৰূপৰ ভাষাও শিকি নিলি। এইদেখি সংস্কৃত অগাধ পণ্ডিত, মধ্য-ভাৰতৰ আৰু কামৰূপৰ ভাষাত অভিজ্ঞ হিউয়ে- চাঙে সেই দুই তাৰ সাৰ্ব বিষয়ে যি কৈছে সি অকাট্য বুলি ধৰৰ পাৰি। অসমীয়া ভাষৰ খনৰ পুৰি খৃীয় ৰ শতিকাত বিৰচিত হৈছিল বুলি বলী পণ্ডিত দীনেশচন্দ্ৰ সেনে কৈছে; আমি আমাৰ আগৰ এক প্ৰবন্ধ সেই পুখি ধীয় ৫ম কি যই শতিকাত ৰচিত হৈছিল বুলি আহিছে। এতিয়া এই দুই-মূৰীয়া দুই মত এৰি দিও যদি কাপোনাসলে গ্ৰীক পাৰ্শনিক পতিঃ এৰিটোল আৰু গেটোৱে বিহা Golden mean অৰ্থাৎ যাটো যৰে তেন্তে দেখিব যে আপোনাসলে সপ্তম শতিকা পাল- অৰ্থাৎ খৃীয় শ শতিকাত ভাৰৰ পুৰি ৰচিত হোৱাটো উলিয়ানে। ধীয় সপ্তম লতিফাকে হিউমোংসাৰলৈ ৰাৎকাষলৈ আহিছিল; সেইদেখি