[ বই এৰ শাখা অলপ তে নেমেথিহিল। হিষ্টয়া যিবিলাক দেশ খুৰিছিল সেই এটাইবোৰ দেশৰ ভাষাকে তেওঁ আয়ত্ত কৰিছিল। ... এইগয়ে খে কাৰী পুথিবোৰ শুদ্ধ কৰিবলৈ আৰু ভাৰতীয় লোকসফল অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। এটাইবোৰ পূৰি তেওঁ তাল-পাতত লে িমক কৰি নিজৰ দেশলৈ লৈ আহিছিল।” ইত্যাদি, হিউয়েনচাঙে তেওঁৰ কিতাপত ভাৰতীয় ভাষা আৰু বৰ্ণমালাৰ কৰ এইদৰে দেখিছে -" বৰ্ষীয় বৰ্ণমালা দেৱৰ দ্বাৰাই ৰচিত হৈলি, আৰু সেই সময়ৰপৰাই প্ৰচলিত হৈ আছে। এই বৰ্ণমালা লেখত ৪৭, শাক দেশ কালপাত্ৰ অনুযায়ী শবদ ৰচনাৰ উপদোগী ভাবে সংযুক্ত। এই বৰ্ণমালা নানা দেশৰ নানা ভাষাত প্ৰচলিত হৈছে, আৰু সেইবাবেই দেশভেদে উচ্চাৰণৰ ব্যতিক্ৰম দেখা যায়, কিন্তু সাধাৰণত বিশেষ এতো প্ৰহে নাই। যথা- তত ই খালি কালৰপৰা একোৱেই আছে। এই ঠাইৰ ( অৰ্থাৎ শ্য- ভাৰতৰ) উচ্চাৰণ কৰিবলৈ মধুৰ আৰু দেৱতাসকলৰ ভাষাৰ নিচিনা। পাহি-কাষৰীয়া এদেশবোৰৰ মানুহৰ উচ্চাৰণ ভুল দেখা যায়, মিমো, তেওঁলোকৰ চৰিত্ৰগত দোষৰ বাবে ভাষাও দূষিত হৈ পৰে। ... লবিলাক শিক্ষা আৰু উৎসাহৰ নিমিতে সিহঁতক প্ৰথমতে বাৰ অধ্যায় এক সিগন্তু নামৰ পুথি গঢ়োৱা হয়। সিহঁত সাত বছৰ বয়সীয়া হলে সিহঁতক পঞ্চবিদ্যা । এ পঢ়োৱা হয়। প্ৰথমতে সিহঁতে বিদ্যা পড়ে। এই বিয়ে শব্দৰ অৰয় আৰু পণৰ বৎপত্তি বিষয়ৰ তত্ব শিক্ষা দিয়ে। তাৰ পিত সিহঁতে শিৰস্থানবিদ্যা অৰ্থাৎ শিল্পশক্তি নিৰ্ণয়ক বিদ্যা মোহিৰ পড়ে। তাৰ পিছত চিকিৎসাবিদ্যা অৰ্থাৎ যি শান্তই স্বাস্থ্য ৰক্ষা আৰু গুপ্তবিদ্যা শিক্ষা দিয়ে তাকে পড়ে। তাৰ পিছু হেতুৰি আৰু বিদ্যা সিহঁতক শিক্ষা দিয়া হয়।... ব্ৰাহ্মণে চতুৰ্থ অধ্যয়ন কৰে। প্ৰথম বেদক॥ যোলে, কিননা, ই জীৱনৰক্ষাৰ বিষয়ে পৰ্যালোচনা কৰে। বিভীয় যজুলে, তৃতীয় সামবে না : খৰৰে।” ইত্যাদি। আমি ওপৰত কৈ আহিছে। যে হিচাঙে শ শহিকাৰ আসাম অৰ্থাৎ পুৰণি কামৰূপৰ ভাষাৰু যাৰতৰ পাৰে সৈতে অলপ মাখন বেংগ বুলিছে। মঙৰ কৈছে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪৩
অৱয়ব