পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম। [ মুখ, ১৩২ থিৰ কৰাত সন্দেহ হয়। সি ষি হওক, পৌও বৰ্জনৰপৰা প্ৰাণত্যাতিষপুৰ অৰ্থাৎ গুৱাহাটী ১৫০ মাইলৰো বেছি দূৰ; সেইদেখি সেই কালৰ কামৰূপৰ ৰাজধানী গুৱাকাটীৰ আৰু পশ্চিমে হোৱাটো সম্ভৱ,-হয় গুৱালপাৰ ডিষ্টি ইত, নাইবা কোচবেহাত, নাইবা ৰংপুৰৰ উত্তৰ-পূবত। কামৰূপ ৰাজ্যৰ মানুহবিলাকক হিউয়েনচাঙে চুটি-চাপৰ আৰু হালধীয়া বৰণৰ বোৰ পৰা তেওঁলোক মঙ্গলীয় জাতিৰে সানমিহলি হৈ উৎপত্তি হোৱাটো মনে ধৰে; আৰু কামৰূপৰ পূ। সীমাৰে সৈতে মঙ্গলীয় প্ৰাতিৰ মানুহৰ লগা- লগিৰ কথা তেওঁ কৈছেই। আৰু পাওঁ, যে হিন্দুধৰ্ম ৰাৰ ধৰ্ম আছিল; অসংখ্য হিন্দু দেৱালয় কামৰূপত আছিল; আৰু হিন্দুবিলাক সোৰ শাক্ত, শৈব, বৈষ্ণৱ আদি নাম শাখাত বিভক্ত আছিল। ভাস্কৰ বৰ্মাক তেওঁ ব্ৰাহ্মণ বুলিছে; সেইটো অৱশ্যে ভুল; কাৰণ, বৰ্ম ক্ষয়ৰ হে উপাধি। সেই কালত অৰ্থাৎ সপ্তম শতিকাৰ আগ ছোৱাত আসামত বৌদ্ধধৰ্ম্ম নথকাৰ বিষয়ে হিউয়েনচাঙে ভালকৈয়ে কৈছে। তেওঁৰ কথাৰপৰা জানিব পাৰি যে বৌদ্ধধৰ্মাৱলম্বী যিবিলাক লোক আসামন্ত আছিল তাৰ লেখ অতি সামান্য, ধৰিব লগীয়াই নহয়। বৌদ্ধধৰ্ম্মত ৰাৰ যদিও বিশ্বাস নাছিল, তথাপি তেওঁ ইমান উদাৰ আৰু শিক্ষিত আছিল যে বৌদ্ধ আৰু হিন্দুক তেওঁ সমান চকুৰে দেখিছিল। সেই কালৰ এজন হিন্দু ৰজাৰ পক্ষে ই কম গৌৰৱৰ কথা নহয়। বহুতৰ ধাৰণা আছে যে আসামত এসময়ত বৌদ্ধ ধৰ্ম্মই আমি পুতি লৈছিল, আৰু তাৰ বৰ প্ৰচাৰ হৈছিল। কিন্তু হিউয়েনচাঙৰ বৃত্তান্ত পঢ়িলে সেইটো ভুল বিশ্বাস বুলি মনত হয়। আসামৰ কোনো পুৰণি কৰি ৰা পুথিত বা শিলৰ ওপৰত লেখাৰপৰ আসামত যৌৱণৰ বেছি প্ৰচাৰৰ কৰা পোৱা নাষায়; তাৰ দ্বাৰাই হিউয়েনচাঙৰ কথা যে খুব সচ। সেইটোহে প্ৰমাণিত হয়। তিতীবিলাকৰ ভিতৰত এটা প্ৰবাদ প্ৰচলিত আছে যে বুদ্ধৰ মৃত্যু আসা- মত হৈছিল। এইটো যে ভুল কথা সেইটো প্ৰমাণ হৈ গৈছে। গুৱাহাটীৰ জনাৰ্দন-বুদ্ধৰ শিলৰ মূৰ্তি আচলতে বিষ্ণুৰ মূৰ্ত্তি বুলি ৰিসিৱা হৈ গৈছে। হলো মুৰ্তিক একাণত বুদ্ধ মূৰ্তি বুলি ভবা হৈছিল, কিন্তু সেই মুৰ্তি ও যে বিষ্ণু অৱতাৰ হয়গ্ৰীৱ মাধৱৰ মূৰ্ত্তি তাত সন্দেহ নাই। সিকালে পৌবন আৰু সমত বৌদ্ধধৰ্ম তলকৈ প্ৰচাৰিত হোৱাৰ বিষ প্ৰমাণ আছে। সেই