পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ বহী। [১ম বৰ, ১ম সংখ্যা এনেখনি দেশ ফঙ্গে নোপোৱা বিচাৰি, নিশ্চয় নিশ্চয় মই কওঁ এটা মাৰি হে আমাৰ অভূৰি ... ইত্যাদি। কৃপাবৰ। পদ। ছয় ঋতুৰ ডাক। (গীত) | জহ জৰ বাৰিখাৰে মিলি জুলিলবা। নহলে তোমাৰ নাও বুৰিব জানি। বসন্তই কুউৱায় সুহুৰি ফুফুৰ।। ৰে সেয়াৰ কাই মাৰে কুহৰ কুহ। হৰ তপত মাত যেনে চেঙা পানী। বাৰিখাই বৰা ৰিং মাৰে টানি॥ এই জাৰ বাৰিখাৰে ••• ••• ইত্যাদি। পানী-লগা হেমন্তই হাঁচি- মাতে। আকাৰত চুৰিয়াৰ খোচানাটো খাটে। চাৱলী শৰতৰ পুৰৰ ধ্বনি। মন কাণ পাতি দিলে ভালকৈয়ে নি। এই কাৰ বাৰিখাৰে ... ... ইত্যাদি। কৃপাবৰ। অসমীয়া ভাষাৰ সম্পৰ্কে আষাৰচেৰেক কথা। আজিৰ বক্তব্য অসমীয়া ভাষাৰ সম্পৰ্কে আৰচেৰেক কথা নতুনে নহয় পুৰণিও নহয়—অপোমাসকলক উপদেশৰ দৰে কব খুজিছোঁ। আগেয়ে যে এনে উপদেশ আপোনাসকলে না নাই বাজনা নাই এনে নহয়। না বা শুনা পুৰণি উপদেশকে মাসেময়ে কৈ, গুচৰি উজাৰ্কি দিলে এইফেৰা