পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ বা ৩ সংখ্য] শাহী। ৮৮ পশ্চিমৰ বৰযোৰ ঠাইৰ সৈতে লগালগি। বাস্তৱতে সেই বৰ গতি বোৰ ৰীতি-নীতি শাচাৰ-ব্যৱহাৰ যক্ষিণ-পশ্চিমৰ বৰ্বৰ মানবিলাকৰ ৰীতি নীতি আচাৰ-ব্যৱহাৰৰ নিচিনা। দুমাহ আহি আহি আমি চুৱেন (Szechuen}প্ৰদেশ ক্ষিণ-পশ্চিম সীমা পালেহি। কিন্তু পৰ্ষত আৰু নৈবোৰ আমাৰ বাটত প্ৰতিবন্ধক হৈ পৰিছে; আৰু স্বাস্থ্যৰ যায়, বিষাক্ত ভাপ, বিশাল সাপ, মাৰাত্মক হাবি-বননি, ইত্যাদি মৃত্যুজনক কাৰণ ইয়াত বিদ্যমান। “এই দেশৰ দক্ষিণ-পূব ফালত জাকে কাকে বনৰীয়া হাতী চৰি ফুৰে , সেইদেখি এই ডোখৰত বুদ্ধৰ নিমিতে ঘাইকৈ ও ব্যৱহাৰ কৰা হয়। দক্ষিণ-মু। হৈ ১২ কি ১৩০০ লাই ( প্ৰায় ২০০ মাইল) আকি আমি সম- তত (পূৰ্ববঙ্গ পালেহি।” ওপৰত দিয়া হিউয়েনচাঙৰ এই বিবৰণৰপৰা আমি কি পাওঁ? প্ৰথমত পাওঁ, ষে গুম শতিকাৰ আগছোৱাত হিউয়েচাঙে কামৰূপত সোমোৱাৰ আগেয়ে এখন ডাঙৰ নৈ পাৰ হৈছিল; সেই নৈ কামৰূপ ৰাজ্যৰ পশ্চিম সীমা। আৰু পূৰ্ব সীমা এশাৰী পৰ্বত, যিবোৰ চীনৰ দক্ষিণ-পশ্চিম সীমাৰ অসভ্য লাতিবিলাকৰ ঠাইৰ সৈতে লগালপি। পশ্চিম পাম সেই ডাঙৰ নৈশম খে বিখ্যাত কতোয়া নৈ তাক নকলেও হব। পূব সীমা আজিকালিৰ আসা- মৰ পূব সীমাৰে একে। আৰু পাওঁ, কাপ ৰা বেৰে প্ৰায় ১০০ মাইল; সেইদেখি কামৰূপৰ ভিতৰত আজিকালিৰ গোটেই আসাম, ভুটান, কতো- স্থালৈকে উত্তৰ-বল আৰু মৈমনচিঙৰ এডোখৰ পৰিছিল। এই কামল ওচৰ চুবুৰীয়া পৌবন্ধন আৰু সমতট অৰ্থাৎ পূৰ্ববঙ্গ এই দুখন ৰাতকৈ ভালেমান গুণে ভাঙৰ আছিল; কাৰণ সেই দুখৰ ৰেৰে • আৰু ৫•• মাইল মাথোন আছিল। আৰু কামৰূপৰ ৰা তাৰ বৰ্মা বৰ গুৰু ৰা আছিল, যাৰ সন্মান আৰু প্ৰভাৱৰ কৰা ওপৰত কোৱা হৈছে। ৰ পাও, যে কামৰূপৰ ৰাজধানী পৌ ৰন্ধনৰপৰা পূৰ ফালে ১৫ মাইল দূত আছিল। কনিংহামে পৌও বৰ্জনক আজিকালিৰ পাৰ বুলি বিৰ কাৰ কমতাপুৰক কামৰূপৰ সেই ৰা থানী বুলি সিদ্ধান্ত কৰিছে। কিনতা- পুৰ পাৰৰ উত্তৰত হে, গাজশত নহয়; সেইদেখি গো বন্ধন পাৰ খুলি