পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৭ আসাম। [ ১৮৩২ ভাস্কৰ বৰ্মাই কামৰূপলৈ নিমন্ত্ৰণ কৰি জানে যি পৰিত্ৰাজকে সেই সময় কামৰূপৰ বিবৰণ তেওঁৰ ভ্ৰমণ-বৃত্তান্তত লেখি থৈ গৈছে। হিওয়েনচাঙে লেখিছে-“কামৰূপ দেশ বেৰে ১••• লাই {ৰ্থাৎ প্ৰায় ১৫০ মাইল। কামৰূপৰ ৰাধানী প্ৰাধ • লাই; মাটিবোৰ , কিন্তু বৰ সাৰুৱা আৰু ভাত নিয়মিতৰূপে খেতি কৰা হয়। কামৰূপৰ মানুহে কঠাল আৰু নাৰিকলৰ খেতি কৰে। নাৰিকলৰ আৰু কাৰৰ গছ খুব হয়, আৰু কামৰূপৰ মানুহে সেইবোৰ বৰ মূল্য ধান বুলি ভাবে। নৈৰ, আৰু পাৰ বান্ধি খৈকৰা পুখুৰীৰ পানী নগৰবোৰৰ চাৰিউফালে বোৱাই দিয়া হয়। -বায়ুৰ অৱস্থা মৃত্ব,- হো নহয়, বৰ কাৰো নহয়। মানুহবিলাকৰ ৰাৱহাৰ আৰু আচৰণ সৰ আৰু চুল চাতুৰী নথকা পোন পটি। মাই বিশাক চুটি-চাপৰ আৰু তেওঁলোকৰ বৰণ গোঠে-ছাধীয়া। তেওঁলোকৰ ভাব। মধ্য-ভাৰতৰ ভাষাৰে সৈতে অলপ হে বেলেগ। তেওঁলোকৰ স্বভাৱ ৰ উগ্ৰ আৰু গোৱাৰ, স্মৃতিশক্তি প্ৰবল, আৰু পঢ়াত বৰ মন। “তেওঁলোকে দেখাসকলৰ পূজা কৰে; বুদ্ধত বিশ্বাস নকৰে; সেই জেখি এই পৃথিবীত বুজৰ আবিৰ্ভাৰৰপৰা আজিলৈকে কামৰূপত এটা সংঘৰম” নিশ্ৰিত হোৱা নাই যত আচাৰ্য্য পুৰোহিতসকল গোটা পাৰে। যিসকল নৈষ্ঠিক বৌদ্ধ শিষ্য আছে তেওঁলোকে নিজৰ উপাসনা আদি লুকাই মনেমনে কৰিয়েই নিশ্চিন্ত। না পাৰা অসংখ্য দেব-মন্দিৰ কামৰূপত আছে। বৰ্তমান ৰা পুৰণি নাৰায়ণদেৱৰ বংশৰ। তেওঁ ব্ৰাহ্মণ। তেওঁৰ নাৰ ভাস্কৰ বৰ্মা আৰু তেওঁৰ উপাধি কুমাৰ। এই বংশৰ ৰজাই কামৰূপৰ ৰাজপাট অধিকাৰ কৰিবৰপৰা আজিলৈকে এহেজাৰ পুৰ হৈছে। ৰাই বিদ্যা চচ্চা কৰিবলৈ ভাল পায়, আৰু ৰজাক দেখাদেখি প্ৰাবিলাকৰো বিদ্যাত মন। ঘৰ পণ্ডিত জ্ঞানী আৰু দক্ষ মানুহ দূৰ দেশৰপৰা বিষয়-বাসনা বিচাৰি এই ৰাজ্যলৈ আহে। বোৱাত ৰাৰ যদিও বিশাস নাই, তথাপি তেওঁ পণ্ডিত আৰু জ্ঞানী এম সকলক ৰ সমাদৰ কৰে। “এই দেশৰ পূব ফাল পৰ্বতৰ শাৰীৰে সীমাবদ্ধ, সেইদেখি এই ৰাৰ এই ফালে ভাঙৰ নাৰ নাই। পাখি-কাবৰীয়া ঠাহবোৰ চীনদেশৰ দক্ষিণ-