এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তীয় বহ] নাঘ। ৰাহী। ৮২ শক। (তৃতীয় সংখ্যা। গুৰু-গতিমালা। বৰাগীৰ কোলে। নিশা, দিন, গধুলি, পুৰা, নিয়ৰ, বসন্তকালি, কাৰ গতিত আহিছে ইয়ে, আয়ু- গৈছে তালি। আশা-বায়ু কিন্তু এতিয়াও তোৰ আছে যে গাতে লাগি। মৰণ আহিলে মৰিব লাগি, নোচোৱা কিয়নো ভাবি। বিদ্যা বৃদ্ধি তোমাৰ তৰ্ক নৈপুণ্যই তোয়া নিদিৰ কাষ। (সেই হে) ভা গোবিক, পা গোবিক, লোৱা গোবিন্দৰ মাৰ। কাপোৰ বিহীনেৰ জুই পুৱাই | কটাইছা জাকানি; শষ্যা বিহীনে আত মূৰ খই। পুৱাইছা বহি ৰাতি;
- হী বাটি তোমাৰ একোকে নাই
ভিখ লোৱা হাত পাতি;