পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। ৰছৰ, সংখ্যা ভাষা” নামে বেলেগকৈ নাম দিয়া উচিত যেন নালাগে। আসাম প্ৰত্যেক জিলাত জাক অইন কি প্ৰত্যেক মৌজাতেই কথিত ভাষাৰ বহুতো লৰচৰ আছে। এনে কি একে গাছেই বেশী আৰু জাতি বিশেষে ভিন্ন কথাৰ প্ৰগন আছে। কিন্তু সেই বুলিয়েই লিখিত তাষ। কয়ে। ভিন্ন নহয়। পৃথিবীৰ সকলো ভাষা এই নিয়ম গত। | মোৰ কথা কেইকি আপোনাৰ অতিৰিত কামৰূপীয়া ভাষাৰ পৰ নোহোৱাৰ বাবে অপোনা ধীৰুত পুৰস্কাৰ পোৱাৰ অধিকাৰী নৰ পৰে, সেই বাবে মোৰ কলগিয়া একো নাই, কাৰণ ৰ তাল বেয়া বিচাৰ ভাৰ আপোনাৰ উপৰত। কিন্তু কামৰূপী। ভাষা" বেড়াৰ সাৰ পাটৰ সন্ধান কৈ দিয়া বাবে বোধকৰে। আমাক বঁটাৰ পৰা একেবাৰে কালেকিয়া নকৰিব পায়। আপোনাৰ বাহীত মোৰ কথা কেই আষাৰ প্ৰকাশ কৰিলেই বঁটা পোৱাৰ তুলা জ্ঞান কৰিম। গুৱাহাটী | উত্তমচন্দ্ৰ বৰুৱা কামৰূপীয়া নিজ থেকেৰী ১১ আমাৰ নামনি-আসামৰ বন্ধুসকলৰ প্ৰতি। আমি শুনি দুৰিত হৈছে যে গত সংখ্যা বৃহীত ওলোৱা “হঁ মোৰ কাপাল পঙ্গ্যটো পঢ়ি আশাৰ নামনি-আশাষৰ বন্ধুসকলে বেজাৰ পাইছে। আ তেওঁলোক বা আন কাকো বোৰ দিবৰ মনেৰে বা নানি-দাম কথা ইতিকিং কৰিবৰ মনেৰ তাক দুপোৱা নাছিলো, অথবা অসমীয়া আৰু কাম ৰূপীয়া যে দুটা ভাষা, সেইটো দেখুৱাবলৈকে চেষ্টা কৰা নাছিলোঁ। আৰু • ই প্ৰবন্ধটোৰি অলপো লৰচৰ নকৰাকৈ পাইছে। কোৱা বাহুল্য ৰে আমাৰ বিজ্ঞাপন শেখকে ভুল বুডে।