এজন অসমীয়া ডাঙৰীয়াৰ চিঠি। যমষৰ শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা, স্বাহী সম্পাদক ডাঙ্গীয়াৰ সমীপেষু। আপোনাৰ গত সংখ্যা “বাহীত” “কামৰূপীয় ভাষাৰে” নিথ শৰ খোজাৰ বিজ্ঞাপন দেখি বঁটাৰ লোভ সামৰিব নোৱাৰি দুই ফাকি মান লিখিবলৈ আগ বাঢিলে॥ আশাকৰে মোৰ এই কথাখিনি আপোনাৰ সুবিখ্যাত ‘বাহীত লৰচৰ নকৰাকৈ ঠাই দিব। “কামৰূপীয়া ভাষাৰ” কেবল এটি বা দুটি গল্প পঢ়ি আপোনাৰ অভিলাষ পূৰণ নহৰ হৈন পাও। সেই নিমিয়ে “কামৰূপীয়া ভাষাৰ ভড়ালৰ সঞ্চাৰ পেটিকে দিব ইচ্ছা কৰিছে। সিই সঞ্চাৰপেটি এই-বামত আমাৰ অসমীয়া ভাষাই যি আকৃতি ধাৰণ কৰিছে তাৰেই কিছুমান শব্দ অলপ পৰিবৰ্তন কৰিলেই “কামৰূপীয়া ভাষা ফটফাটিয়াকৈ ওলাব। যথা - ১। অধিকাংশ একাৰান্ত এক অকান্ত কিংবা আকাৰাস্ত কৰিলেই কামৰূপীয়া ভাষা” স্পষ্ট হয়; যেনে নেলাগে” ঠাইত লাগে," “নেৰাণৰ ঠাইত “নাৰায়ণ", “বেষ্ণ" ঠাইত "ৰাধাকৃষ্ণ, “কে ছাৰি" ঠাইত “কছাৰি”, “কেৰকেটুয়াৰ ঠাইত “কৰকটুয়া”, “জোনাৰ ঠাইত “না”, “এখাৰ মাহৰ ঠাইত আহাৰ মাহ”, চেহেব” ঠাইত “চাখ", "এধিয়াৰ ঠাইত “আশা গুখি।”, “এদাৰ ঠাইত ‘আদা, ইত্যাদি। । সংস্কৃতমূলক কিছুমান যুক্তাক্ষৰ-শগ স্বাভাবিক অবস্থাত ৰাখি- লেই “কামৰূপীয়া ভাষা” হব। যেনে-“পদুম” নকৰি “পদ্ম, লখিমী” নকৰি লক্ষ্ম", "সই নকৰি সত্য,” “কাইদুপ” নকৰি “কাশ্যপ," কৰম" নকৰি "ক", "আগা কৰা” নকৰি আজ্ঞা কৰা সৰবন্ধন লকৰি সৰ্বজন,” “পৰবনকৰি “প,” “শই নকৰি “শসা, “শষদ” নকৰি ,” কিৰিপা” নকৰি কৃপা,” “ধৰ মৰি ধৰ্ব্ব,” 19
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫২৮
অৱয়ব