বহী। [ ২ বছৰ, সংখ্যা কবি বা কাৰ সকলোৱে কথাটা ভালকৈ গুৰি হৰি চাবা। আৰু এই বচনটি সদাই নিজৰ মনত ৰথি থা— “আহকেও যেতিয়া তোমাৰ নথৈ শলাগ লয় আৰু পৰে বখানিব “কাবিল সেইবাৰেই মূৰত তোমাৰ গাধৰ টুপি, যুখত চিঞাহি উমেশচন্দ্ৰ বৰুৱ।। হা মোৰ হৰি! ভাল নয় হা ইদাৰ তোমাৰ এই কথা গি, ক্যানন তুমি কাইথ-কইতাৰ দ খান লগেই দিল? বহি লাইফুলে। চা পাত কাইথ, জাতিটো আখি, সেখান শীড়া কইলক দিয়া কোন পণ্ডিত হা তুমি? তলত লেখা কথাখেনি এক পঢ়ি চাবা, কাইথ কইলা কোন্ ভাঙাৰ ৰাতি নাইমান বুজি পাবা। তাইৰ কইতাই কাছে, তুমি বন্ধু কথা না- তোনা গতি বাৰী নিৰী থেনি আনা না নানা? মা হওৱা পাপী তো নাই নয়া না বিয়া? . কেত্ৰি তো না, লি খানোক কেইডাল ল জিয়া। ফাইথোৰ ৰোত বামুণহাতে চিৰা নাই না নাই। কেইটা কইখে ভাৰ কৈৰাৱে, কেইটাই হাল বই। বা তিৰী কেইটা ফাইখে বেনী মানে? জ, ওয়া আপী কুনি বিয়া কৰাৱে আৰু? বা পাৰে কাইতে কৰি ইতা ভাঙাৰ জাত, তেওঁকুলি কাইবে নাই কইলজাৰ ৰাৱা ভাত।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫২৬
অৱয়ব