ভালুক, বান্দৰ আৰু গাহৰি। তালুক নাচ নাচি নাচি ভালুক বেচেৰাই। ভাবে তাৰ সমান নাচনিয়াৰ পৃথিবীতে নাই। এটা নতুন নাচৰ তাৰ তাৰ এদিন মন খোশ। আৰু মাজ ৰাটতে থিয় দি সি চি পেলালে। বান্দৰ এটা ঠিক সেই সময়ত যাওক আগেদি। তাক দেখি ভালুক নাচ চৰিল যে কিমান কৰা আৰু কি। নাচ অন্তে সোধে ভালুকে বলুৱা ডাঙৰীয়াক :- “বালে কোৱাচোন বাৰু নাচ দেখি মোৰ হল নে অবাক?" “নহয় নে বা মোৰ নাচন হেৰা বৰ বিতোপন?" “লা কথা ভাল পাওঁ মই কোৱা তুমি স্বৰূপ বটন"? বান্দৰ বোপাই মিচকি মাৰি কয় উত্ততঃ- বেয়া, বেয়া, সমূলি বেয়া; যদি সোহা হে মোৰ মত।” ভালুকে বেলে “কৰা যে সিটে। জানিছিলোঁ। মই।” “ভালুকৰ যশ গৌৰৱ কি বান্দৰৰ প্ৰাণত সয়?" গাটত ছিল গাহৰি এটা ইনষ যে-ৰূপ চাই। “খুনীয়া বঢ়িয়া” বুলি ওলাই আহে চাপৰি যাই। ক্ষয় হয় তেনে নাচ কতো দেখা তাৰ নপৰে মত। গোটই পঙ্গু পক্ষী কীট পতঙ্গ আৰু মনুষ্য লোক। শাহৰিৰ কথাত ভালুক মণিৰ মুখখন শুকাই গল। আৰু নাচন-াচন.তাৰ ৰং ধেমালি থিতাতে নোহাৱা হল। বিমৰি হৈ চকুলো টুকি সি ভাবে নিৰ মনত।- হব পাৰে বাৰু বাদ যোপাৰ ঈধ্যাজনিত মন্ত; কিন্তু গাহখিয়েও যেতিয়া মোৰ নথৈ শলাগ শা, নাচন ৰে যে কিনা ময় বুজিলে। এতিয়াহে শই।”
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫২৫
অৱয়ব