পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

48 বাঁহী। 3 বছৰ সং] অগ-ছোৱা বৰ বলী আৰু ফোকেঁচোৱা হলেও যেনেকৈ সি খেৰি চিকাৰ ধৰিব নোৱাৰে, হিন্দু সমাজৰে আজি ঠিক তেনে অৱা হৈছে। জাতি কোনো বিধৰেই ভাল নহয়। নিজ যোগাতাতকৈ নিৰক শ্ৰেষ্ঠ বুলি বিলে, কাউৰীয়ে ঈগলৰ অনুকৰণ কৰি ভেড়। চিৰ কৰিব gfঞ্জ যেনে অৱস্থাত পৰিঙিল তেনে অৱস্থাত পৰিবৰ হয়। কি মিৰ শক্তি উপলব্ধি কৰিব নোৱাৰি আশা আৰু উৎসাহহীন হৈ জীৱন কটালৈ তুমি মানুহ নামৰে অযোগ্য। হাৰ! কোতয়া আমি নিজক নিজে নিভুলকৈ দেখিবৰ আৰু বুজিবৰ শক্তি লাভ কৰিম? জ্ঞানানন্দ জগত। তোমালৈ। ভেঙ্গে-ফাটি-যোৱা সি দুটি ধুনীয়া ওঠলৈ যেতিয়া চাওঁ, কৰ মম যায় হিয়া চাই লৱৰি চুমাটি খাওঁ; দেৱৰ দুই সি সুথতা মোক কিয় নো বঞ্চিত কৰে, অপবিত্ৰ বুলি জানো বেয়া পোৱা ছাৰেই ভয়তে ময়ে। তোমাৰ পবিত্ৰ হিয়ালৈ ভাবিলে কত সুখ পাব পাৰে। প্ৰাণৰ ধাউতি প্ৰাণে মা যায়। Byron ৰ কবিতাৰ ভাশুনি। 1