পু; ১৮৩২ ] আত্ম-বিভ্ৰম ইৰ জৰু শাৰীৰিক শক্তি মানুহতকৈ শ্ৰেষ্ঠ হলেও সি'তে সেই কি ভাল প্ৰয়োগ নঙ্গনা বাবে মানুহৰ বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য সি যি কি নহৰু আত্মশক্তি উপলব্ধি কৰিবৰ শক্তিৰ অভাৱ ঘটিলে মানুহ যে কিমান তললৈ নামি যায় তাৰ উদাহৰৰ ভাৰতবৰ্ষৰ নিঃশ্ৰেণী হিন্দুবিলাকৰ অৱস্থালৈ চালেই। পোৱা যায়। ই নীচ অস্পস্ট, ইহজনমত আৰু তহঁতৰ পক্ষে শ্ৰেষ্ঠতা লাভ কৰা অসম্ভৱ কৰিলে অহ জনমত কৰিব পাৰ” ইত্যাদি ভাব সিহঁতৰ মনত অৰ্থপৰ সমাজ সুৰাই দি সিহঁতক আত্ম-বিন্না কৰি থৈছে। এই আত্মবিভ্ৰম ফলত নিৰাশ হৈ সিহঁতেও ক্ৰমে নাৰি গৈ পশুৰ শাৰীত পৰিছে শৈ। সিহঁতৰ শক্তি আছে কিন্তু সেই শক্তি প্ৰয়োগ নাই। কিন্তু এবাৰ যুদ কিবা মোহিনী-ময়ৰ বলত সিহঁতৰ এই গোহ-জাল কাটি পেলাব পৰা গণ- হেঁতেন তেনেহলে সিহঁতৰ অদ্ভুত শক্তি দেখি সংসাৰ গোটেইখনে তব মানিলেহেঁতেন। ৰামায়ণত আছে, সূৰ্যৰু গিলিব খোল বাবে হনুমানক ব্ৰহ্মাই অইনে সোৱৰাই নিদিলে নিজ শক্তি সম্পূৰ্ণৰূপে পাৰি থাকিবি” বুলি শাপ দিয়ে ব্ৰহ্মৰ শপত হনুমানে নিজ শক্তি সম্পূৰ্ণৰূপে পাহৰি গৈ নিচে কাপুৰুষ ভাৱে জীৱন কটাইছিল। বালিৰ তত সুগ্ৰীৱৰ লগত অনাই-নাই ফুৰিছিল। সাগৰ লক্ষ্মন, সীতাৰ অনুসন্ধান, গন্ধমাদন আনয়ন ইত্যাদি ডাঙৰ কাম হনুমানে কৰিছে। কিন্তু এই এটাইবোৰ বীৰু তেওঁ ৰামৰ ভূহ্যৰূপে হে দেখুৱাব পাৰিছে অৰ্থাৎ কৰিব পাৰি বুলি উচাই দিয়াত হে কৰিব পাৰিছে। সীতাৰ উচ্চাৰৰ পাছত যিীব, গ্ৰীৰ প্ৰতি ৰামৰ সকলো ভক্তই একোখন ৰা লাভ কৰিলে, কিন্তু হনুমানে ৰামৰ দাস হৈয়েই থাকিল। নোৰ সন্দেহ হয় যে আশক্তি উপলৰি কৰিবৰ মত তেওঁৰ নথকা বাবে তেওঁৰ স্বাধীনভাবে কাৰ্যা কৰিবৰ ক্ষমতা নাছিল, সেইবাৰে হে তেওঁ ৰ নোহোৱাকৈ থাকিল। | হিন্দুসমা হল ছোৱা কোনো পাপৰ ফলত হনুমানৰ দৰে আৰু বিভ্ৰান্ত হৈ আছে। পাছ যোৱা লৰা-চৰাব নোৱা বিশাল অজগৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫২১
অৱয়ব