পুং, ১৮৩২] আত্ম- বিম। ৭১ গাধ কেকদিন ধৰা নপৰাকৈ থাকিব পাৰে। যি আনতে যিটো নয় সি সেইটো বুলি জনাজাত হবলৈ কৃত্ৰিম চেষ্টা কৰিলে হাস্যাস্প বই। কিন্তু তুমি নো আচলতে কি সেইটো ঠিক কৰাত অনেক সময় তোমাৰ নিজৰেই ভুল হব পাৰে। সেইবাবে সদাই আত্মপৰীক্ষা কৰি ৰাখি লাগে, সংসাৰ-দাপোণত মুখ চাই থাকিব লাগে। তুমি নানা নাট চাহাব কোনো এখন সভালৈ গশে সভাৰ সকলোৱে থিয় হৈ তেওঁক সম্বৰ্জন কৰে। তুমি কোনো এখন সভালৈ গলে সকলেভে থিয় হৈ যদি তোমাক সম্বৰ্ধনা নকৰে তেনেহলে তুমি মুখ নোফোলাবা। তুমি পেটেপেটে বৃদ্ধি অব। তুমি সিমান লায়েক এতিয়াও হোৱা নাই। ভূমি অচিনাকী ঠাইত ফুৰিছা। তোমাক দেখি যদি আচিনাকী মানুহে 'উতৰ্গদেও” বুলি নেয়ায় তেনেহলে তুমি জানি তোমাৰ চেহেৰা” আৰু বলিবোৰ দেউতা স্ব৪ে" বোশাবৰ লায়েক নহয়; ইত্যাচ্ছি। এইবোৰেই সংসাৰ-কাপোৰ। নিজে নিজৰ চেহেৰা চা বুজিলে দাপোণৰ সহায়তা লোৱাত ৰায় আৰু আন উপায় নাই। কিন্তু পৰৰ দোষ দেশিও জ্ঞানীয়ে নিজৰ দোষ বুজি পাব পাৰে। সংসাৰত ৰত সমৰত দেখা যায় যে তোমাৰ বা তোমাৰ ঘৰৰ সীয় এটা সচা বা মি। বেয়া কথা হয়তো সকলো মানুহৰ ভিতৰত জনাত হৈছে, কিন্তু তুমি তাৰ ভু নোপায়। তোমাৰ বা তোমাৰ ঘৰৰ সম্বন্ধীয় যিটো কথা বিশেষকৈ তোমাৰ কাণত পৰা উচিত ঠিক সেইটে। কথাই হয়তো তোমাৰ কাণত নপৰাকৈ থাকিব। সেওঁতা-ফলা, ফিটফাট বাবু এনে জানি শুনি, চকুৰে দেখি, মুশত চকৰ ছাই ঘহি বা চুলিত মকৰা- জাল লগাই লৈ সৰ্বসাধাৰণৰ আগলৈ মোলায়। তেওঁ নিজক বৰবৰ অণিও খুট-নথকা চাফ-চিকণ বুলিহে ভাবে। তেওঁৰ মুখত বা পিঠিত যদি ধুলি-মাকটি লাগি থাকে সেইটো তেওঁ নজনাকৈ হে। | যি মানুহে বা ষি অতিয়ে নিজৰ বোশ্যতাৰ সঠিক পৰিমাণ কৰি চাই সেইমতে চলিৰ বানে আৰু নিজৰ গোমষোৰ (defects) নিজে বুৰিব পাৰে, সেই মানুহ বা সেই জাতিয়েই সংসাৰ যুদ্ধত অল্পী। আপানৰ উন্নতিৰ মূলত নিজ যোগ্যতা নিভুলপে পৰিষাৰ কৰিব পৰা এই শক্তিটো আছে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫১৯
অৱয়ব