পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২য় বস্তুৰ ২য় সংখ্যা অৰিত্ৰৰ তিনি প্ৰকাৰে ঘটিব পাৰে; --- {১} নিজৰ যিমান যোগ্যতা আছে তাতকৈ নিজক ভাল বুলি বিৰে- চনা কৰাত। () নিজৰ যিমান ঘোগ্যতা আছে তাতকৈ নিজক বেয়া বুলি বিবেচনা কৰাত। (৩) নিজে সমূলি যিটো নোহোৱা সেইটো বুলি নিজক ভাত। ইয়াৰ ভিতৰত তৃতীয় বিধৰ শ্ৰম বলিয়া মানুহৰ হে ঘটে। বলিয়াই কেতিয়াবা নিজক চৰাই বুলি ভাবি, হাহকণী কিছুমান কিনি আনি উনিত বহি যাব পাৰে; কি নিজক গদাধৰ ৰা বুলি ভাবি তেওঁৰ দৰে আচৰণ কৰিব পাৰে। আশা কৰো কোনো স্থ-বশিবাই তেনে নকৰিব। সেইবাবে ৩ নং বিভ্ৰমৰ বিষয়ে আমি ইয়াত বিশেষ আলোচনা কৰিবৰকাৰ নাই। কিন্তু প্ৰথম আৰু দ্বিতীয় বিধৰ ভ্ৰম আমাৰ সকলোৰে অলপ নহয় অলপ খটে বুলি মোৰ বিশ্বাস। সেইবাবে এনে ভ্ৰমৰ হাত সাৰিবলৈ সবাই সাবধান হব লাগে। আমাৰ নিজৰ সৰে নিজৰ ভ্ৰম যি কি নাটক সংসাৰখনে কিন্তু আমাৰ দোষ গুণ কুইকে দেখে। তুমি মানুহটো আচলতে অনে, সংসাৰখনে তোমাক ঠিক তেনেটো হে দেখিতেহেলৈ তুমি যেনেটো নোহোৱ। তেনেটো বুলি নাজাত হৰলৈ কৃত্ৰিম উপায়েৰে হেজাৰ চেষ্টা কৰ।। তুমি জ্ঞ হৈও নিক বিজ্ঞ বুলি প্ৰম কৰি বিজ্ঞ বোলাবলৈ মুখ মেলিব পৰা আৰু বিলৰ অৰণ কৰি দেখুৱাৰ পাৰ কি মানুহে তোমাক অ বুলি হে নিব। কি দুৰি যেতিয়া সচাকৈয়ে বিজ্ঞহউপ কৰি কি হব। তেতিয়া তোমাক মানুহে এনেয়ে বিজ্ঞ বুলি। তুমি মহাপাপ, কিন্তু তোমাৰ ইচ্ছ, মানুহে তোমাক ধাৰ্মিক ৰোল আৰু ধাৰ্মিক জ্ঞক্তি কৰাৰ দৰে ভক্তি কৰক। মানুহে কিন্তু তোমাক পেটে পেটে মহাপাপ বুলি হে জানিব। অৱশ্যে এ-বিল, পাপী-বাৰ্ষিক চিনি নানা মানুহৰ আগত কেতিয়াবা তুষি হৈও বিজ্ঞ, 'পাপী হৈও থাকি বোলাই আৰি পাৰকি, চিনাই তোক চিনি চিনি। বাৰবাল পিছ।