পুৰ, ১৮৩২ ] আত্ম-বিভ্ৰম। যু কৰে। নাৰদৰ আত্মবিভ্ৰম মান বেছি হৈছিল যে ফাক তেওৰ লল পিঠ দিয়া দেখিলে প্ৰতিবাৰেই তেও ভাবে যে কন্যাই তেওঁৰু মেখে হে তেনে তিলে। সেইবাবে তেওঁ ঘূৰি ঘূৰি বনে বনে কাৰ আগত দেখা দিবলৈ এৰিলে। তেওঁৰ এই কাণ্ড দেখি সভাৰ সঙ্কলোৱে মুখ সোপ লৈ হাঁহিবলৈ ধৰিলে। কিন্তু এইবোৰ একোৱেই তেওঁৰ মোহ ভাঙিব নোৱাৰিলে। অৱশেষত ভগবান বিষ্ণুক তেমকৈ এঠাইত বহি থকা দেখি কাই তেওঁকেই বল দিলে আৰু বিষ্ণুৱেও কন্যাক গৰুৰ ওপৰত তুলি লৈ গুচি গল। নাৰদে বা-হাতি হি নানা প্ৰকাৰে কাৰ কচি সৰ ভিতৰতে থিকাৰ দিবলৈ ধৰিলে। তেওঁৰ নিন্দাবোৰ অসত্ হোৱাত, কোনোবাই তেওঁক তেওঁৰ নিজৰ মুখখন আৰ্চিত এবাৰ চাবলৈ কগে। নাৰদে অৰ্চিত নিজৰ মুখৰ আকৃতি দেখি লাজত মা যেন হল। কি আচৰিত, তেওঁৰ নিৰ মুখখন তে যেতে বুলি ভাবিছিল তেনে নহয় • শাবনুৱা খ হে। আচল কথা, ভগৱান বিষ্ণু তেওঁক সজাই দিবৰ সময়ত তেওঁৰ গোটেইটে। গ। অতি সুন্দৰ কৈ সজা দিছিল হয়, কিন্তু মুখখন বান্দৰ-মুৱা কৰি থৈছিল! নাৰণে তেতিয়া হে ৰাজকন্যাই তেওঁৰ ফাললৈ নোচাৱাৰ কাৰণ বুজিব পাৰিলে। কি লাল-গ। আত্ম-ম! সংসাৰখনে যেই ভাবক কিন্তু কোনেও নিজ নিজক অৱনি, যা বা অযোগ্য বুলি বিবেচনা কৰিবলৈ ভাল শেপায়। আশাৰ দোষবোসও নিজৰ চকুৰ আগত একোটা মহৎ গুণ বেন হে লাল। পাইগোটা নৰ নাৰীৰ যেনে আত্ম-ম জন্মব পাৰে, একোটা গোটেই জাতি বা সমৰে তেনে আত্ম বিষ জন্মিব পাৰে। চীনাবিলাকে নিজ “নগৱত" (Celestial People) আৰু নিজৰ দেশক “অ- ” ((elestial Empire} বুলি কয় আৰু বিশ্বাস কৰে। আৰু সেইবাবে পৃথিবী শান মান দেশৰ মানুহবিলাকক নিতকৈ সৰু যেন দেখে আৰু ঘিণ কৰে। অলপ দিন হৈছে, জাপানে িচীনৰ এই প্ৰৰ ভাঙি দিছে। | কৃত গ্য। ই ও কিক নিন গুঙৰ ভাবি আৰু থিশাই wখুৱাই বুলিয়েই তুশিকাৰ্যক্ষেৰতী হবৰ শাখা নকৰিবা।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫১৭
অৱয়ব