পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

OW বাহী। [ ২ বছ, ২য় সংখ্যা পৰা হে কৰিব। স্বয়ম্বৰ সাৰ দিহা পোহা ও চলিবলৈ ধৰিলে। মহা মস্কিল! নিয়ে একে লৰে ভগৱান বিষ্ণুৰ ওচৰ পালেগৈ। গুগৱান বিষ্ণুৰ সমান গুৰনি, প্ৰতাপী আৰু ঐশ্বৰ্যশালী আন কোন আছে? নিয়ে বিষ্ণু তেওঁৰ ৰূপ আৰু সাজটোৰ নিশিয়ে নেৰা-নেপেৰাকৈ কৰিলে,—সেইটি। এদিনলৈ মুনিক ধাৰলৈ কিবই লাগে। বিষ্ণুৱেও মুনিৰ কথা এৰাব নোৱাৰি বস্তুকিটা গাৰলৈ দি নিজে মুনিক মৃঙ্গাই দিলে। মুনিয়ে নিৰ ৰূপ দেশি নিজ মোহ গল। মহা আম- ক্ষিত হৈ তেওঁ স্বাক্ষৰ সভাত উপস্থিত হলহি। স্বয়ম্বৰ সভাত ই, চ, বৰুপ, কুবেৰ প্ৰতি কেৱতাকে আদি কৰি নৰমনৰ ৰাজকোৱলৈকে অতি গুৱনি শুৱনি আৰু প্ৰবল প্ৰতাপী পুৰুষক উপস্থিত আছিল। কিন্তু মুনিৰ অগ। বিশ্বাস, তেওঁকৈ মন-যোহা ৰূপ আৰু শ্ৰেষ্ঠপুষ সেই সভাত (সেই সভাত কি, শত কতে। কোনো নাই। তএব বা কন্যাই ওঁৰ ডিঙিত বাল্য দিয়াটে। অতি থিৰাং। এই বিশ্বাসৰ বলত তেওঁ সভাত উপস্থিত মহাৰথীসকললৈ অতি তাচ্ছল্যব্যঞ্জক ভাবেৰে চাবলৈ ধৰিলে আৰু তেওঁবিলাকে না তেওঁৰ ৰূপলৈ চাই কাজ পৰি নাৰ দাশ। এৰি দি সাৰপৰা এতিয়াও শুচি যোৱা মাই কিয় তাকে ভাবি আচৰিত নিলে। তেওঁৰ ওফশা ভাব দেখি, সভাৰ কোনো কোনোৱে ৰঙ, চাবৰ মনেৰে তেওঁক নাই কবলৈ ধৰিলে, হায়! আহি অহা মিছা হল। এনেজন সুন্দৰ পুৰু এই সাত উপস্থিত খাকিব বুলি জনাহেঁতেন আমি কেতিয়াও নাহিলোঁহৈছেন। এইজন সুকৰ পুৰুষৰ ওপৰত এবাৰ কন্যাৰ চকু পৰিব লাগিলে তেওঁ এওঁ নবৰি আৰু অইন কাৰক বৰিব খুইছে নে? ইত্যাদি। নিয়ে এইবোৰ উচটনি-কথা সচা বুলি পতিয়াই ওফলি পৰিল, আৰু সৰ সৰ্বশ্ৰেষ্ঠ মাশন অধিকাৰ ৰি কন্যাকাত বিষয়ে নিঃসলি মনেৰে কন্যাৰ আগমনলৈ বাট চাই থাকি। নিৰ্দিষ্ট সময়ত সখীপৰিবেষ্টিত হৈ যাক তাৰ ভিতৰলৈ আহিল। কিন্তু তেওঁ পাহৰিও মাৰ ফাললৈ চকু নিদিলে। মুনিয়ে কন্যাৰ চকুত ভালকৈ পৰিবৰ মনেৰে, কন্যা বি ফাললৈ সেই ফালে বহে গৈ। কি না দেখিলেই কন্যাই শইন ফাললৈ