৬৪ বী। [ ২য় বহুৰ, ২ সংখ্যা হা" ওঠে। এই পাহৰীনে আহি ৰামা বিলে "Do any of you gentlemen suicke+ “ আমি ইটোৱে সিটোৰ পিনে চোৱাই কৰিবলৈ ধৰিলে। কোনও কথা নয়। দোষীৰ ভিতৰত আমাৰ মহম্মদী সহবানী আৰু আমি এই দুজন হে। দুবাৰ এবাৰ আমি বি পিন্ধিলে তাকে বোধক। দেখি হে আমাক আহি এওঁ এই প্ৰশ্নটা কৰিছে। আশাৰ শুয় হল, পাদুৰী মুহ, হয়তো বা আমাক সেই বাবে তেওঁ শাসনকে কৰে; আমি কলে। “No"। তেতিয়াই তেওঁ কলে মোৰ কিছুমান চোকা ধপাতৰ চেলেই আছে, মই মিশে সিমান চোকা খাব নোখোজে, আপোনাসলে তাৰে কেটা- মান হাঁপিৰ ভাবিছিলে। তেওঁ কত খং কৰিব নে আমাক চুৰঠ দিয়ে। আমি এইকথা লৈ তেতিয়া যে কিমান হাঁহিছিলোঁ। এতিয়াও আমাৰ সেই কথা মনত পৰিলেই হাঁহি উঠে। এক পৰিয়াল মৰিচিয়া কলহ্মেলৈ আন জাহাজেৰে আহি আমাৰ হাহাহ উঠল। ইহঁতৰ পৰিয়াল-মাক বাপেক দুটি ছোৱালী আৰু এটি লৰা। ইহঁতে নিজৰ ভিতৰত মিঠা ফৰাচী ভাষা কৈছিল। আৰু বহুতো আছিল। তাৰে ভিতৰৰ কিছুমানক আমি নামকৰণ কৰিছিলো। আমাৰ এটা নাম হে মনত আছে, “একব”। এই মানুহ ক এই নাম দিছিলো, কিয়নো, তেওঁ হাত উঠাৰপৰা নষালৈকে একেটা চুটেকে পিন্ধুিছিল। আৰু এটা নাম মনত পৰিছে “মেজেক্ট”। এ ই ভাল কাপোৰ পিন্ধ। ৪oeiable ইংৰাজ; ইংলও কোনো ভাৰত বৰ্ষীযক চিনি প ছিল, তেওঁৰ নাম বোধকৰে। মিৰ্জা ধা আছিল; তেওঁ মিৰ্জ। যা উচ্চাৰণ কৰিব নোৱাৰা “মেজো কৈছিল। তেওঁক তৎক্ষণাৎ আমি সেই নামকৰণ কৰিলে। এভেন এৰিয়েই ভালকৈ ৰেঙচিত সোমালে। ৰেঙচি জন সমুদ্ৰতকৈ ঠেক, সেইদেখি এই সমুদ্ৰত যিমান জাহাজ চকুত পৰে আন সমুদ্ৰত নপৰে। দীঘল সমুদ্ৰ ভ্ৰমণৰ ই এটা বাঙৰ কথা। অন-সমুদ্ৰ দেখি চকুৰ আমনি লাগি যায়, সেইদেখি আন এটা বন্ধু দেখিলে বৰ ৰং লাগে। তৎক্ষণাৎ যাৰ যাৰ দূৰবীণ আছে সি সি চকুত লগায়। ফোন : হা তাক প্ৰায়ে জাহাশ চুঙ। ( funiel
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫১২
অৱয়ব