পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। ২য় বছৰ ২য় সংখ্যা ভূঞা বৰ অগাধ বিশ্বন, বুলি জানিব পাৰি বন্দীশালৰপৰা লোকেলাই আনি - লগাই নৰ চুলি পৰিষ্কাৰ কৰাই ধৌত পৰিধান কৰোৱাই পতিৰ সহিত বাৰ কাৰণ পঠাবলৈ প্ৰস্তাৱ কৰিলে। চণ্ডীবৰে ৰা বাক্য শিৰোধাৰ কৰি মহামায়া চণ্ডী দেবী উপায়ে সামগ্ৰী লৈ পূজা কলিত বৰদাত্ৰী মাতা সাক্ষাৎ হৈ চণ্ডীৰক বৰ দিলে। আজি তৰ্ক তোমাক কোনোৱে পৰা কৰিব নোৱাৰিব, ঘি হেতু মই আজি তোমাৰ মুখত ৰাতি। চীৰে মাতাৰ আশীৰ্বাদ বলীয়ান হৈ খুটাত কাপোৰ হেৰাই আগত সবাই বটা লৈ বহিছে। পণ্ডিতে শুধিছে চণ্ডীৰৰ তোমাৰ বসতি গ্ৰাম নাম কি? চীৰৰে কলে আমি গোগৰীয় গ্ৰামত থকা হয়। তাতে পণ্ডিতে বাখ্যা তুলি কলে যে একে পৰু তাতে শৰীয়া, এই কথা কৈ মৎ হাখিছে। পিছু চবৰে কৈছে আপোনাৰ বাসস্থান কত? কোন গ্ৰামত থাকে। পণ্ডিতে উত্তৰ দিছে, উত্তম, পোভনিপুৰত থকা হয়। এই কথাৰ উৰে পৰিালি। দেখুৱাই তীখৰ বাখ্যা কৰিছে যে চাউল সিগালে ভাত হয়, তাতে পামী দিনে পো তনি বোলে, সেই পোতনিৰ পানী পৰা ঠাই গৰুৰ লাগে শুচি নকৰিলে অন দুব্যে শুদ্ধ কৰিব নোৱাৰে। এই কথা কোৱা মাসকে সকলো সমাজে হাফিলে, পশিতে লা পাই উঠি গুচি গল। ৰা অতিশয় সন্তোষ লাভ কৰি দেশী- দাস নাম দিলে। (১) দুতনাৰায়ণ ৰাই সেই দিনাৰপৰা বৰ মৰম লেখা- গাষ কৰিলে। চীৰে এটা ঘৰ বন্ধাই দুইফালে দুই শাৰী গছ ৰোৱাই- ছিল। এই কাৰ্যত প্ৰাই বৰ সন্তোষ পাই আশীৰ্বাদ দি পুত্ৰ এমন হব বুলি ধৰ দিলে। লেগামাগুৰিত কিছুখিন খাকি তাৰপৰা উন্নাই আমি টেয়ানি যত বৰ খাজি কিছুদিন আছে। এখাদেৱ পৰলোক গষন কৰিলে, চণ্ডীৰে নিয়মিত বৈদিক কাৰ্য সমাধা কৰি ৰে আহে। কিছু দিশৰ পিছত চাষ। এটি পুত্ৰ জন্ম হয়, আকৰ্ম কৰি ৰাধৰ নাম দিলে। দেৱতী নামে কন্যা বিবা কালো পা ধানৰ খেতি কৰি তাতে থকাত গোটে বি নিলে। চীৰে বু পাই খেদি গৈ দেখিতে যে ব্যাংক খাত লৈ ই আছে। চোট কাটি খাক লৈ আহিল।