গুৰুচৰিত্ৰ। দ্বিতীয় অধ্যা। দেৱৰ বংশাৱলী। আদি পুৰুষ অত্ৰি গোল সত। নাম প্ৰেমপূৰ্ণানন্দ গিৰি। সান নাছিল। কক উপাসনা কৰি পুত্ৰ লাল হল, নাম দিলে কৃষ্ণগিৰি। পূৰ্ণানন্দ গিৰি মৃত্যুৰ সময় উপদেশ দিলে যে এজনক উপাসনা কৰিলে হে পুত্ৰ লান্ত হন। সেই বাক্য শিৰোধাৰ্য্য কৰি সুবৰ্ণ দি ভগবান আৰাধনা কৰাত পুন্ন সন্তান লাভ হয়। জাহকৰ্ম্ম কৰি সুবৰ্ণগিৰি নাম দিলে। সুবৰ্ণ গিৰিয়ে গন্ধৰ্ব সকল আৰাধনা কৰি পুধ কামনা কৰাত এখন পুত্ৰ জাত হয়। কৰ্ম্ম কৰি নাম গন্ধ গিৰি দিলে। ৰাম নামে ভগৱন্তক আৰাধনা কৰাত পুৱ না হয়, তেওঁৰ নাম ৰাম পিৰি ফিশ। বাম গিৰিৰ পুৰ হেৰ গিৰী। তেওঁৰ পুত্ৰৰ নাম হৰিবৰ গিৰি। বহু যত্ন কৰি পৰম পুৰুষ ভগবান কৃষ্ণদেৰ আৰাধনা কৰিছিল, দুৰ্ভাগ্যবশতঃ পুত্ৰ সন্তান জাত নাই, কন্যা এটা বৈহাগৰ শুৰু। দশমীৰ দিন জন্ম হয়। নামকৰণ কৰি কৃষ্ণকান্তি না দিলে। ডাঙৰ হৈ ঘৰতে আছে। ভূঞসকলে বিবাহৰ নিমিত্তে প্ৰস্তাৰ কৰাত ফন- টিয়ে অসন্মত প্ৰকাশ কৰি কাৰে সহিত বিবাহ নহল। স্বপ্নত সদাশিৱ আহি ৰণ কৰাত কমে গৱতী হৈ লোকত প্ৰকাশ পালে। সকলে লোকে কথা না কৰাত মহেশে প্ৰতি কে স্বপ্নাদেশ কৰাত অসৈ। নিবাৰণ হল। পুৰ্ণ আসে সুণে এম পুত্ৰ এন্ম হয়, এতক কৰি পি মাই বাবে লণ্ডাদেৰ নাম দিলে। সাবৰে এদিন শৰু ৰখিছিল, সঙ্গী বালকসকলে পিতৃ নাই বুলি হাঁহিৰত বৰ দুখ মনে যৌনাৱলম্বন হৈ ৰৈ আছিল, মহেশ্বৰ সাক্ষাৎ হৈ লতাবৰৰ হাতত ধৰি গৰখীয়াসকলৰ মাজলৈ লৈ সকলোৰে আগত প্ৰকাশ বিন্তে বোস মইয় লতাৰ পিতু, তোমালোকে খালিৰপৰ কেতিয়াও
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫০৪
অৱয়ব