পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুহ, ১৩ ] আসাম। আমি যাক আদি যুগ বুলি ধৰিছে। { অথাৎ অতি অতি পুৰণি কালৰপৰা মহাভাৰতৰ যুদ্ধৰ সময়লৈকে। সেই কালৰ সামৰ ইতিহাস আমি অলপ অচৰপ ওপৰত কৈ আহিছে, চমুকৈ সেই কথা আমি অফে ইদাই কওঁ। সেই কালত হাৰতবৰ্ষৰ উত্তৰ-পশ্চিম বাদি অহা দ্ৰাবিড়ী ও মাই আৰু উত্তৰ-পুব বাটেদি অহা মীয় গতিৰ মানুহ আসমত আছিল। তাৰ পিছত ভাৰতৰ উত্তৰ-পশি বাটেদি ভাৰতবৰ্ষতসামোৱা আগাহিৰ মানুহ লাহে লাহে আৰ্য সততাৰ পৰামৰ আৰু সেৱৰ লগে লগে পশম ফল- পৰা আঁখি আসাম পাইছিলহি। এফালৰপৰ। মঙ্গলী, আন ফাশপ। অৰ্থ। জাতিৰ মানুহৰ খুন্দাত, তেওঁলোকৰ আগৰে পৰা আসমত থকা, তুলত দুৰ্বল। দ্ৰাবিড়ী •াতিৰ মানুহবোৰৰ সৰহ ভাগে আৰ্য্য আৰু মঙ্গলীয় প্ৰতি। ভিতৰত সোমাই নিজৰ সুকীয়া অস্তিত্ব বিলোপ কৰিলে, কিছুমান পৰ্ব - পাষ ও বাসী হল আৰু কিছুমান দক্ষিণলৈ হইকি গল। ইয়ৰ পিছত ওখ বিদ্যা বুদ্ধি আৰু সভ্যতাৰ মানুহ আৰ্যসকলৰ ইচ। বাসাবাসা মঙ্গলীয় জাতিৰ ওপৰত পৰিল; তেওঁলোকৰ সৰ ভাগে আৰ্য সকলৰ ওচৰত সকলো প্ৰকাৰে হৰি আৰ্যৰ সত। আৰু আৰ্যৰ ধৰ্ম্ম গ্ৰহণ কৰিলে। এই যুগতে কামাখ্যা মন্দিৰ, যষ্ঠি গাল গোকৰ্ণ আদি ঋষিৰ জএম আসমত স্থাপিত হয় আৰু অনেক হিন্দু মুক্তি আৰু মন্দিৰ প্ৰতিষ্টিত হয়। ইণ্ডো-চাইনিজ ভাষাৰ পৰিয়ালৰ ভিতৰ। মন-খেমৰ আৰু বি-ব্ৰহ্ম তাষাৰে সৈতে প্ৰাবিড়ী ভাষা হিল-খোৱা ভাষা ভাষী অনাৰ্য মহীৰ মানৱ, হটক অসুৰ, সৰ গৰ, ৰ অৰ, কিৰাতৰ ৰা ঘটক, বিখ্যাত প্ৰাণ, জোতিষপুৰ অৰ্থাৎ আজিকালিৰ গুৱাহাটা স্থাপন কৰে নৰক অসুৰ, নৰকৰ পুতেক কুৰুক্ষেত মহাপৰাক্ৰৰ দেখুৱাওঁতা ভক্ত, শদিয়াৰ ফালৰ প্ৰতাপ ৰা ৰুক্মিনী আৰু ৰুক্মখীৰৰ বাপেক ভীষ্ম, শোণিতপুৰৰ, অৰ্থাৎ আকিলিৰ তেজপুৰৰ, পৰাক্ৰমী ৰজা উষাৰ বাপেক বাণ এই যুগৰে। এই যুগৰে আগৰ এসময়ত (যি হোৱাক হিন্দুসকলে ত্ৰেতা যুগ বোৰে শৰথৰ বাপেক ঘুৰে (বঘুবংশ ৪ৰ্থ সগ) লৌহিত্য অৰ্থাৎ লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ আমি প্ৰাগজ্যোতিষপুৰৰ মাক ৰত ৰুৱাই ৰুপে তেওঁৰপৰা কিছুমান হাতী লৈ গৈছিল। এই যুগতে আসামত আৰ্য সভ্যতা উন্নতি ও চিত। মীনাথ দেব।