পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪ হা। [ ২ বছৰ, ২য় সংখ্যা ভিীষ্ট পশ্চিম সীমাত অসমীয়া ভাষাৰ টাব, চিশিঙি পুতিবলৈ গৈ তাৰ আগেয়ে তাতে এমুঠি চাউল-সিজোৱা লবলৈ বহিলেই আমাৰ বঙালী ভাইসফলে হত টাঙোন লৈ সেইখিনিতে ওলাই তচৌলিয়া তেৰা মা মো” লগাই দিয়া সতে দেখা গৈছে। আসাম বুলিলে বিশাল পুৰণি কামৰূপ বা পুব ফালৰ এছোৱাত •• যৰীয়া আহোম ৰাৰ কথাৰ সোঁৱৰণি হে আমাৰ মনত ওলায়, বি সোৱৰণি পাছৰ ডোখৰ ফালৰ ৰুদ্ৰসিংহ শিৱসিংহৰ ভালেমান সুশাসন আৰু দান-খান আদি ধৰৰ কাৰ্যৰে সৈতে, আগৰ, ঘাইকৈ ১৬৭৪ খৃষ্টাব্দৰ পিছৰ ১৮ বছৰৰ বিশ লোৱৰণিৰ সৈতে সানমিহলি; যি সোৱ শিৰে সৈতে ৰুদ্ৰসিং চাৰি পুতে অৰ্থাৎ শিৱসিংহ আৰু তেওঁৰ দৈীকে ফুলেশ্বৰী বা এমবেশী বা বৰা , প্ৰমত্ত সিংহ, ৰাজেশ সিংহ, শ্ৰীসিংহৰ কুম মিল-খোৱা; ফি সোৱণিৰে সৈতে গৌৰীনাথসিংহ আৰু চন্দ্ৰকান্ত সিংহৰ এইচ শাসন, অসমৰ কুলায়-পায়ে-নধৰা দুখ-দুৰ্গাত আৰু পনৰ ফলঞ্চে মুখোৰ কলীয়া! কিন্তু সেই বুলি আমি আমাৰ জন্ম ভুমিৰ যি নাম পাইছে। সেই নায়কে সাৰে গ্ৰহণ কৰি সই খাকি নিক গৌৰৱান্বিত বিবেচনা কৰা উচিত; আৰু সেই নামক ভবিষ্যত যেন আৰু গৌৰৱান্বিত কৰিব পাৰে তালৈ একাধী- ভাৱে ৰ কৰা উচিত। ইংৰা কবিয়ে কবৰ নিচিনা, " নামত কি আছে যা গোলাপ জনি নামেৰে মাতিলেও তাৰ গোন্ধ নকমে বা সলনি নহয় " বিশেষ এটা কথা চাব লাগে যে নাম সাধাৰনত কোনেও নিয়ে নয়; নাম শোকে হে দিয়ে। লোকে বিয়া ভাল নাম তো কথাই নাই, ঘুণাচক নামও কালক্ৰমত পাওঁতাজনৰ মৰমৰ সমল হয়। উও, গেড় ইগ, টবি, ইত্যাদি মা এইদৰে দিওঁতাই দিছিল আৰু পাতাই কালক্ৰমত অব কৰি লৈছিল। তাৰবাসীৰ আদৰৰ নাম হিন্দু এই নামৰো ইতিহাস যে এ এনেকুৱাই তাক নলেও হয়। আগামত বাপেকে দিয়া গেলো, বিৰা, ছিল মাৰ এইদৰেই পুতেক ফেদেলা বিণাৰাম আৰু খিলগাৰ মৰখৰ হৈছিল হৈছে আৰুব, আৰু ফেদেলা বিণাৰামৰ বিণলগা সন্তানসকলৰ মৰমৰ আৰু ভক্তিৰ সেৱাই-বা হৈছিল হৈছে আৰু হব।