পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। (১ম হ, ১ম সংখ্যা সিদিনা বলা “শিশুশি” হাতে লই, পঢ়িছিলো বেলনি-চতি গাটো বই। ধূত ঢেলেউ এটা কি এক চিছে, ঘোয়াকোৱা কৰিছিলোঁ হোপোতে হোপেতে। “ আসিছে তা ভাসিছে” | যেতিয়া পালে পঢ়োতে। ভাবে গদ গদ, টানি হপা দিলো, | দূৰী ওলাল খোৱাতে। দেখি এ হলো, চখাই গলো, শিশুশি” গল পৰি। দুচকু মোহাৰি, দেখে কন্যা নাই, ধোৱ সৈতে গণ উৰি। (গীত) (ঝিঝিটকাৱালি) হাতে চুক্তি পোৱা আছিল কোনই সমুদ্ৰ মহা কালত হে, সেৱাৰে সৰ কৰি থাকোতেই, উঠে ওখ আকাশত হে। ফটিকটকেলি লৈ পলাই গল, তে লাগি দেৱ দৈত্য চাই , তেতিয়াৰপৰা বুঢ়াঙ্গুলি দেখাই জোনায়ে ফটিকা পিয়ে হে। শোমস এক পদ পান কৰি, পূৰ্ণিমাত পকি কি টলি পৰি, এক পক্ষ তই গা'টঙাই লৈ আকৌ ভাত লাগি দিয়ে হে। চকোৰ বিষৰী ভেট কৃষি খালি পূচি চাই মৰিছে টপালি, ফুটুকাৰ ফেশ কেঁচা-কলা মাখো তেওঁলোকৰ আছে গত।