- , *
আসাম। গোটেই দেশখনৰ মানুহকে বুজায়। মানুহৰ নিচিনাকৈ, আৰু পান খান জীৱ জন্তু আদি প্ৰণীৰ নিচিনাকৈ ভাবাৰ আৰু তাৰ অন্তৰ্গত পক্ষৰ , উন্নতি, অৱনতি আৰু মৃত্যু আছে। একালত কোনো এটা বলে যি এটা মানে বুকাইছিল কালক্ৰমত সি অধোগতি পাই আন এটা মানে বুয়া হয় শৈ। একাত কোনো এটা শবদ ক্ষমতাশালী হৈ উঠি তাৰ উদ বহন অৰ্থৰ বিপুল সম্পত্তিক সি ঠাই দিও কালৰ কুটিল পতিত দুখীয়া লু। লুই হৈ পৰা দেখা যায়। এনে শবঙ্গৰ অলেখ উদাহৰ দিব পৰা যায়। পুৰণি কালত বিপুল অথৰ অধিকাৰী কামৰূপীয়া এই বাটোৰে আজি সেইদৰে নিকিন অৱস্থা। কিন্তু সেইবাবে আমাৰ কোনো সম্প্ৰদায়ে যত ব্যথা অনুভৱ কৰাৰ সকাম নাই, অথবা কোনো সম্প্ৰদায় উৎফুঞ্জ খোৱাৰে সকাম নাই। জন্ম মৃত্যু উত্থান পতন নিয়তিৰ ধীছ, আমাৰ ইচ্ছাৰ ওপৰত নহয়। সচাকৈ কবলৈ গলে আমি আশা" শব্দটোতকৈ “কাম” বদটোক, অসমীয়া” শবটোতকৈ কামৰূপীয়া” শব্দটোক হে ভাল পাওঁ। কাৰণ, কামৰূপ শটো নিলেই আমাৰ গুৱাহাটা পৰাশৰী। নলবাৰী শুৱালকুচিলৈ মনত পৰি প্ৰাগজ্যোতিষপুৰ ৰজপুৰ শোণিতপুৰ প্ৰতিলৈ মনত পৰে। কা, কামৰূপ কথাটো শুনিলেই কালিকাপুৰাণ আৰু বিষ্ণুপুৰণত উল্লেখ কৰা, কামাখ্যা মন্দিকে সো-খা কৰি চাৰিট ফালে এ খোন অবৎ প্ৰায় ৪৫ মাইল বিয়াপি জুৰি থকা কামৰূপলৈ হে মনত পৰে, যি কামৰূপে নিৰ প্ৰা শৰীৰৰ ভিতৰত, আজিকালি ভাগ হোৱা গোটেইখন পূৰ্ববঙ্গ আৰু ৰাষক ভুটানেৰে সৈতে সামৰি মাই থৈছিল। কাৰণ, বি কামৰূপ শব্দ আমাৰ মনত পৰিলে, কালিকা- পুৰাণ আৰু বিষ্ণুপুৰাণৰ পিছৰ কালৰ পুথি যোগিণীত উল্লেখ কৰ। কৰজোম্বং সত্য যাবদ্দীক বাসিনী” অৰ্থাৎ পশ্চিমে চিকিম শামনিৰ পৰতৰাৰ মাজৰ ব্ৰহ্মকুৰপৰা ওলাই ফাজিলিং জলপাইগুৰি পুৰ দিনাজপুৰ আৰু ৰঙৰাৰ মাজেদি দক্ষিণমুৱা হৈ ৰৈ চাৰ-বাটেদি গৈ পানাৰ ওচৰৰ পাত যি নৈ পৰিছেগৈ আৰু আৰু মহাভাৰতৰ তীপতি লোহিত্যা কতোয়াচ থৈ যুষকাবা” আৰু ব্ৰহ্মপুৰণত কৰ ভোয়াং মংগো হল। চাশিৰ ৰা বুলি উলেখ কৰিছে সেই পুণ্যতোয়া