পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। (২য় বৰ, ২ সংখ্যা বাঙ্গা, ছুটিয়া, লালুং, ত্ৰিপুৰা, ডিমচা আদি ভাষা যতো পৰিয়ালৰ ভিতৰুৱা। স্বীয় আয়োদশ শতিকাত আৰু তাৰ পিছতো টাই বা চান ভাষাৰ ভিতৰু- বাল তা কাবিলাকো আলামত সোলহি। এইবে নানা দেশৰ নাম জাহৰ নানা পৰিয়ালৰ আৰ্য না মানুহ আগামলৈ আহি আসাৰত দীৰ্ঘকাল বাস কৰি অসমীয়া হৈছিল, আৰু এইদৰেই পিছৰ কাল ডোখৰতে, আন কি আজিলৈকে অসমীয়া জাতি গঠিত হব লাগিছে। গোটেই পৃথিবীৰ ইতিহাসতে এইদৰে সকলো জাতি গঠিত হোৱাৰ প্ৰমাণ আছে। এংগোল, চেন, জুট, কেলট, ডেনি ইত্যাদি জাতিৰ মানুহেৰে জগদ্বিখ্যাত ইংৰা জাতি গঠিত হোৱাটো কোনে নাজানে এ ফ্ৰন্দ, উচ, আণ, আইটি, ইটালিয়ান, ইংলিচ, নিগ্ৰো, চীনা ইত্যাদি জাতিৰ মানুহে চকুৰ আগতে প্ৰবল আমেৰিকান জাতি গঠিত হোৱাটো আমি দেখিয়েই আছেইক। পুৰণি কালৰ কথা এৰি দিলেও তাৰ পিছৰ জোখৰত সিদিনালৈকে আমি দেখিবলৈ পাওঁ খে কনৌজী, হিন্দুস্থানী, পঞ্জাবী, বাণী, উড়িয়া, নেপালী, গুজৰাটী, আদিৰে অসমীয়া জাতি গঠিত হব লাগিছে। কত চিংফেী, মৰাণ, (আহে- মৰ কথাই নাই} নগ, মিৰি, উফশা, গাৰে। লাহে লাহে হিপুৰ আৰু হিন্দুৰ প্ৰভাৱৰ ভিতৰলৈ আহি কোচ, কেওট আদি মাতৰ ভিতৰুৱা হৈ লশীয়া তিৰ কলেৱৰ বঢ়াব গগছে। এইজেলি বাণ, নাক, গদষৰ বীৰত্বত আমি নিজক যেনে গৌৰৱান্বিত বিবেচনা কৰে, আৰিব, জোঙাল-বলহু, ভাস্কৰষা, গদাধৰ সিংহৰ বীতে তেৰে গৌৰৱম্বিত বিবেচনা কৰে; কাৰণ এই সকলোবিলাক অসমীয়া। অসমীয়া মানে আমি একেখন আসাম দেশৰে মানুহ। অসমীয়া মানে কামৰূপীয়া, কামৰূপীয়া মানে অসমীয়া। আগৰ কালত কামৰূপীয়া মানে ষি বুজাইছিল, এই কালত অসমীয়া মানে তাকে বুজায়। সমীয়া বুলিলে উজনিৰ “ভিষ্ট্ৰীষ্ট” কেইখনৰ হে মাখোন মানুহ এমেটো নহয়; অসমীয়া মানে উনি ভাটীৰে সৈতে গোটেই আসাম দেশখনৰ মানুহ। পু। কালত কামৰূপীয়া মানে যেনেকৈ কাটা অৰু উজনিৰ সৈতে গোটেই কামৰূপ ৰাজ্যৰ মানুহক বুলাইহিল, অসমীয়া ৰাশে আকিকালি সেইদৰে