আসাম। সৈতে লাহে লাহে মিহলি হৈ একে হৈ গৈছিল কোণে আনে। আধি- লাকে যেতিয়া বিজয়-দুতি বজাই আৰ্যসত্যতা যিনিশাম তত লৈ ভাৰতত দক্ষিণ পশ্চিম আৰু পূব মুৱা হৈ আগুৱাই আহিছিল তেতিয়া তেওঁলোকে কত দৈত্য দানৱ শৰ ৰসেৰে সৈতে সৎ থৈ সংগ্ৰাম কৰি নিৰ প্ৰভাৱ বিস্তাৰ কৰিব লগীয়া হৈছিল তাৰ সীমা নাই। - তৰ পূৰ প্ৰদেশ আলামতো তেওঁলোকে অনুৰোৰৰে সৈতে নিজৰ বলৰ পৰীক্ষা কৰি সিহঁতৰ জয় কৰি হে নিজৰ এৰান্য স্থাপন কৰিব পাৰিছিল। সেই অনুৰবোৰ কোন আছিল। সেইবোৰ নিশ্চয় পূৰ্ব ভাৰতৰ আদিম অধিবাসী,—প্ৰাবিড়ী আৰু অল হিৰ নাৰ্য মা বাণ, ঘটক, নৰকাসু, হিড়ি দিয়েই প্ৰতাপশালী অনাৰ্য জাতি ৰা স্বাক আৰ্যসকলে অসুৰ আখ্যা দিছিল। | ইকো-চাইনিজ ভাষা কওঁতাসকল পণ্ডিতসকলে যি কেইটা শ্ৰেণীত বিভাগ কৰিছে তাৰে-তিনটা বাই শ্ৰেণীত আসামলৈ অহা সেই বংশৰ মানুহবোৰ পাৰে। (১) মন-খেৰৰ (Mon-khmer) (২) তিব্বত-ব্ৰহ্ম ( Tibeto-Buralian) (৩) খাৰ-চীন { Siames Chinese)। চান ভাষা গম-চীন সৰ বংশৰ ভিতৰুৱা। হোৰ ভাষা চান ভাষাৰপৰা ওলোৱা। মন-যে ভাষা কওঁবিলাক আশা- মলৈ প্ৰথমতে আহে। তেওঁলোকৰ পিছত তিব- ভাষাৰ ভিতৰ ভাষা কওঁবিলাক এটা ফৈদৰ পিছত আন এটাকৈ অসমলৈ আহে। পিছত অহাৰবাৰে আগেয়ে অহাৰোৰ ৰণত আৰু জীৱন-যুত হই, হয় গ্ৰাস কৰি নিজৰ ভিতৰুৱা কৰি লৈছিল, নহয় খেলি ঠেলি পৰ্বতবাসী কৰিছিল। এই তিববতৰ জৰ পৰিয়ালৰ ভিতৰুৱা তিনি শ্ৰেণীৰ ভাষা আগামবাসী অনাবিলাকৰ ভিতৰত আজিকালি প্ৰচলিত আছে—(১) নগা ভাষা, (২) কুকি-চীন ভাষা, (৩) নভো ভাষা। মশা-পৰ্বতবোৰত নগা ভাষা কোৱা হয়। বুকি-চীন ভাষা মণিপুৰ, কাছাৰ আৰু লুচাই পৰ্ব্বতবোৰত কোৱা হয়। ভোতাষৰ ভিতৰত পুত্ৰ-উপত্যকাৰ প্ৰায় সকলে। না হি পৰে। বৰকাৰৰ খাবো, গাৰো-পৰ্বতোত প্ৰচলিত ভাষামো, কী॥ ৪ে তা
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৯৭
অৱয়ব