আসাম। আজিৰ বতুতাৰ নিমিতে আমি আশাৰ বুৰী সাত গণ কৰি তাই লৈ তাৰ বিষয়ে চমুকৈ আপ কৰ। (১) অতীজৰপৰা কুৰুৰে যুলৰ সময়লৈকে। (২) কুৰুক্ষেত্ৰৰ বুজৰ সময়ৰপৰা খৃষ্টীয় চতুৰ্থ শতিকাৰ শেহলৈকে। (৩) চশতিকাৰ শেহৰপৰা পঞ্চম শতিকাৰ মাজলৈকে। (৪) সপ্তম শতিকাৰ মাজৰপৰা ৰাগৰ শতিকাৰ মাজলৈকে। (৫) বাদশ শতিকাৰ শাৰপৰা পঞ্চদশ শতিকাৰ গালৈ। (৬) পঞ্চদশ শতিকাৰ মাজৰ পৰা বাড়শ শতিকাৰ মাজলৈকে। (৭) যোড়শ শতিকাৰ মাজৰপৰা বিংশ শতিকালৈকে। অতীজৰ কথা অনুমানৰ ওপৰত তিৰ দি নকৰে আন উপায় নাই। অৱশ্যে ই অগুন ধিমান দূৰ পৰা যায় যুক্তিসঙ্গত কৰিবলৈ পাৰিব নালাগে, নতুবা তাৰ মূল্য নাথাকে। প্ৰকৃতজ্ঞ পণ্ডিত আৰু বুৰঞ্জীবিত সকলে সিদ্ধান্ত কৰিছে যে অতীত অথাৎ ভাৰতলৈ আৰ্য্যবংশীয় গাই বিলাক অহাৰ আগেয়ে ভাৰত দ্ৰাবিড়ী বংশৰ মানুহৰ বসতি আছিল। দ্ৰাবিড়ীবিলাকে ভাৰতৰ আদিবাসী মানুহ নহয়। প্ৰাবিড়ীবিলাকৰ দীঘল বু, ডাঙৰ কলা চকু, শকত দাড়ি গোফ, কলা বা কলাৰ ওচৰওচৰি বৰণ, চুচি-মৰ ভৰি বহল নাক অথচ মঙ্গলীয়বোৰৰ নাকৰ নিচিনা সি চেপেটা নহয়, ইত্যাদি গঢ়ৰ পৰীক্ষা কৰি পণ্ডিতসকলে থিৰ কৰিছে যে তেওঁলোক আফুিকাৰপৰা অহা মানুহ। কাৰণ আফ্লিকা মহাদেশৰ অখি- বাসী নিগ্ৰোবিলাকৰ সৈতে সেইবোৰ বিষয়ত তেওঁলোকৰ অনেক মিল আছে। যদি সাবিড়ীবিলাক আফ্ৰিকাৰপৰা হে অহা মানুহ , তেন্তে এতিয়া চাব লাগে, তেওঁলোক কোনটো বাটেদি আহি ভাৰতবৰ্ষত সোমালহি। তাৰতলৈ আহিবলৈ বাট দুটা;-এটা উত্তৰ-পশ্চিনেছি, আনটো উত্তৰ-পূবেজি। গ্ৰাষিড়ীবিলাকৰ পক্ষে তাৰতলৈ উদ্ধৰ-পূখেছি অহা একেবাৰেই অন্তঃ, কাৰণ সেইটো বাট বৰ খুৰণ আৰু মঙ্গলীয় জাতি।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৯৫
অৱয়ব