পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বাহী। নৰ মৰখ। দেৰি আকৌ বজোৱা, ৰাহীৰ শুৱল মাত আকৌ নোৱ; মধুৰ ৰাগি ধৰি বাঁহীত ৰহন কৰি

  • সা গু গা মা পা নি ” কাকে বজোৱ।।

হিমাত্ৰিৰ শিখৰত, মানস দত, তাহানি বজোৱা সেই সুৰ সুললিত আৰু যে সিদিনা সৌ পশ্চিম জেলত বাল। মধুৰ সুৰ সাগৰ দাতিত দুইকো মিহলি কৰি বিতোপন সুৰ গঢ়ি, মানস-পাৰত বহি বলোৱা ৰাত। ফুলনি তৰাই ফুল ফুলফ লাহেৰে সাক প্ৰকৃতি দেবী লাহৰ সাজেৰে, বিল পোহ হক, লাহেৰে মলয়া বক, যজোৱ। বজোৱ। দেৰি বাহ উলাতেৰে। বৰষ। অনন্ত কাল মধুৰ সঙ্গীত, পোহৰে কৰা দেৰি জগত ৰঞ্জিত, কালী মিয়া সানি, বৰ্গীয় সুৰেৰে তানি, বজোৱ। অনন্ত কাল বা সুললিত। চক্ষুণৰ বৰুৱা।