সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃপাবৰ বৰুৱাৰ সামৰণি। (সুৰ-মই-হে-শই। তাল - অহং} ঘো। বাজে মিঠা টোকাৰি বাকে। নাচে তবু নাচে। ই-মেই, মই-হে-মই, মই মোক হে চোয়।। মোৰে নাম শোৱ। আৰু মোৰে গুণ গোৱ।।' প।-পোহৰ হাঁহিটি স্কুিল পূত। স্বাহী থৈ শে টোকাৰি হাতত। টোকৰে টোৰে নাম ওলায়। মোকে বোলে থেমেলায়। ও কাই! ঘোষ।।বালে মিঠা টোকাৰ বাজে। ইত্যাদি। পদ-- “নবজাওঁ ৰাহী মোক উনাদ কৰিছে।” পয়া নাই ৰাখী বাই মুখ বিষাই গইছে। টোকাৰিৰ টোৰে গতি তিনি সিকি আছে। বাৰ টোৰি লোকে হাঁহেই ৰা কাছে। “বাৰীৰ কোমল , বীণাৰ মধুৰ সুৰ, কঠৱা কাউৰী ৰাত যেন মোৰ লাগি, সাপী হৃদয় মোৰ সাপেকে ভৰিছে।" পাব।