যোণ, ১৮৭২) | অসমীয়। হুজুগ। মীয়া ভাষাৰ সৃষ্টি হয়ে। প্ৰথম লিখকসকলে সাহিত্যাদিৰ চৰ্চা কৰি লেখাৰ সময়ৰেপৰা অসমীয়া ভাষই উজনিৰ, নামনিৰ, বিদেশীৰ ন ন শব্দ লৈ সাহিত্য, বিজ্ঞান, গৰ্শনাদি আলোচনাৰ বাট পোন কৰি মিছে আৰু আনিও, ই ধ্ৰুব সত্য। মাত্ৰ গোটেই অসমীয়াই এক উদ্দেষ্টেৰে মিশেৰে মাতৃভাষাৰ চৰ্চা কৰিব লাগে। যাক আমি এতিয়া অসমীয়া ভাষা বোশে। আদিৰেপৰা যদি সি নামনিৰ মাহ-কথাৰে পুষ্ট হৈ আহিল হেঁতেন বোধকৰে। আজি কোনো উজনিৰ মাৰে আৰাৰ মাত কথা নাই যেতিয়া ই আমাৰ ভাষা নহয় বুলি কাল নথিলহেঁতেন। এই দৰে বঙ্গদেশৰ ভাষাটো কোনে। এখগুৰ মাত-কথাৰে লিখা তাৰ খে। সেই বুলি অঞ্চ কিখণ্ডৰ মানুহে সি আমাৰ ভাষা হব নোৱাৰে বুলি আপত্তি কৰা নাই আৰু কৰিবও নোৱাৰে। এই বিষয়ে শ্ৰদ্ধাস্পদ ধুত লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ সাৰুৱা যুক্তিপুৰ্ণ ১ম বছৰৰ ২য় সংখ্যা বাহীত প্ৰকাশ কৰা অসমীয়া ভাষা সম্পৰ্কে আৰু দুআষাৰ মান কথা" এৰ পাশেই হব। কি অসমীয়া ভাষাত ৰাইকৈ উজনিৰ মাত-কথা থকাত নামনিৰ মাত-কথাৰ বহুত শব্দ, অইন কি, সুন্দৰ শুৱল। বচন, যোগোনা, ফকৰা, সাথৰ, নিয়াহ, আইলাম, বাইনাম, বিয়াৰম, সাধুকথা, ধেমেলীয়া * খ। আদি লোপ পোৱাৰ খুব সম্ভব। কিয়নো বিলাক কথা বাৱহাৰ যা চৰ্চা কৰা ন্যায় আৰু সময়ত পাহৰা যায়। আসামত মাজতে বঙ্গাশী ভাষা চলোৱাত আমাৰ বহুতে নিজৰ বহুত কথা পাহৰা বা নজনা প্ৰমাণ এতিয়াই পোৱা গৈছে। তাকে সেই শুৱলা নামনিৰ মাহ-কথাৰ বচন বিলাক পুথিৰ আকাৰে প্ৰকাশ কৰিলে যে আমাৰ সাহিত্য-ভৰাল চহকী হব তাৰ কোনো ভুল নাই। সৰ্বাঙ্গসুন্দৰ ইংৰাজী ভাসাতে 'ওয়েল কচ ভাষাৰে (মাত-কথাৰে। লিখ; পুথি আমি পঢ়িছে। আৰু ঋচ কবি যাট বৰ্ণচৰ সাৰুৱা মধুৰ কবিতা পঢ়ি ইংৰাজী কবিতা পঢ়ি পোৱাৰ লবে পৰম শ্ৰীতি লভি আহিছোঁ। আমাৰ বোণেৰে ১ম সংখ্যা “বাহী" ওলোৱা বীৰ সাহিত্য সম্বন্ধীয়া অৰিয়াৰ জাননীখনি দুদশী সম্পাদকে মহৎ উদ্দেপেৰে হে দিছে। আৰু এনে সৎ ৰ প্ৰদেশ ভাষামিক
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৭৯
অৱয়ব