কোণ. ১৮৩২] | অসমীয়া হুজুগ। পৱিত্ৰ সত্ৰখনৰ মঙ্গল কামনা নকৰি নিজৰ ভৰিতে নিজে তুঠাৰ মাৰিছে গমিব পৰা নাই। নহলে আজিকালিৰ দিনত এনে অমিলৰ গুটি সিচি ৰং চাবলৈ ৰাইজে ভাল নেপালেহেঁতেন। এই বিপাকে যে অসমী। জাতিটোক ভাৰতৰ অইন মানুহৰপৰা কিমান পৃথককৈ ৰাখিছে অসমীয়াই দু লোৱা নাই যেন লাগে। এই সবিকে যে অসমৰ ৰখন যুগ অতীতৰ সৈতে লগ লগাই থৈছে তাৰো গম লোৱা নাই যেন লাগে। এই সত্ৰবিশকেই যে পঞ্চ মাধৱদেৱৰ নিকায় বৈষ্ণৱশৰ্ম্মৰ মৰি তাকা পাৰিলে যেন লাগে। এই সবিলাক দুখীয়া অসমীয়া ৰাইখ আকালৰ আলো নহয় নে? তেন্তে নো এনে বিপদৰ ৰায় এনে শান্তি নিকেতন সত্ৰখনক লাং-লাং-ঠাং-ঠা কৰিবলৈ এৰি দিয়াটো অসমীয়া ৰাইজৰ আগৰ কীৰিৰ চিন নে নাইজে এবেলি ভাবি চাব। এবেলি অসমীয়াই চক খাই তানি পতমে ক্ষয়িক নিৰিয় কৰি বলৈ ১ বাৰ যত্ন কৰাৰ দৰে অলপতে আসামত “ শাক নিশাড়ী কৰিবৰ নিমিতে কাপৰ মুখেৰে কালকূট বিষ খতিয়াই দিছিল। কিন্তু সেই অসমীয়াৰ তিৰোতাসকলক ৰিহা মেখেলা পিয়াই অসমীয়া জাতিটো নিৰ্থত ৰাখিবলৈ ইমান হেপাহ যে আপুমি যৰি যোৱা বছৰতকৈ এই বছৰত আলামত শাড়ীৰ মানি কম নে বেছি চিাপ লয় দেবি যে শাড়ীৰ সংখ্যা বেছি হে হৈ গৈছে। আকৌ আপুনি অসমীয়া বুধনৰ দোকানত বা অসমীয়। দোকানীৰ দোকানত, অফল নগৰতে নহয় ভিতৰৰ ৰ দোকানতা, অৰুপ বানী কুলীয়ৰীয়ে নহয়, অসমীয়া পায়ে শাড়ী কিনা পাব। খাড়া কি কিনে তাৰ আল কাৰণলৈ গৈ সেই কাৰণ গুচাই শাড়ীক নিন্দ। কৰি বলি কৰিব পাৰিলে, শাড়ীফ আসামৰ চাৰি গৰৰ বাঙ্গ কৰিব পাৰিলে অসমীয়াৰ শৰাইঘাটৰ যুদ্ধ কৰি ৰ শাকিব বুলি আমি যাননা। কি সেই দিন নাই। একা হলে অসমীয়া ৰাইজে মুখেৰে মেখেলা পিন্ধ পিন্ধ কৰি নমৰি কামেৰে যুগা, পাই, মেলা- কৰি আধি খেতি আগকৈও বহলাই পৰে ঘৰে কাপোন যোপালে হেঁজেন। মুগা এড়ি পোহালে আজিকালি তেনে কাৰ কৰিবলৈ পান পায়। আৰু কোনোৰে যদি কুৰি শতিকাৰ বৈনি এখানে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৭৭
অৱয়ব