পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোশ, ১৮ ৩২] অসমীয়া হুজুগ। এই বঙ্গালী আন্দোলনৰ ঢৌৰ “নকলী চৌ এটা অসমতো উঠা দেখা যায়। সাগকে সচকিতে উদ্দেশ্যটে। স্থিৰ কৰি লৈ আন্দোলন কৰা এটা কথা আৰু “বৰশী টুপিয়াই” মাজে মাজে উচপ খাই আন্দোলন কৰাটো আন এটা কথা। অৱশেষত, বঙ্গালীয়ে বুজিলে যে অসহায় আত্মনিৰ্ভৰ অকল প্ৰত্যেক মানুহ হে খাটে এনে নহয়, এটা আহিৰ উন্নতিও তা ওপৰতে হে অচল নিৰ্ভৰ কৰে। বঙ্গালীয়ে দেখিলে ইমান দিন তেওঁবিলাকে পৰৰপৰা সকলো দিশত আশা কৰি থাকি আৰু সেইদৰে খাই লৈ থাকি নিজ মাথোন দুৰ্বলী, অৰ্ম্মণা কৰিছিল। গতিকে তেওঁলোকে লোক আশ’ এৰি দি নিজস্ব উন্নতিৰ যৎপৰোনান্তি চেষ্টা কৰিছে। আৰু তেওঁলোক ক্ৰমাৎ কালী হৈ অহা আমি চকুৰ আগতে দেখি আহিছে। তেওঁবিলাকে ৰাজনৈতিক আন্দোলনৰ লগে লগে সমাজ সংস্কাৰৰ আন্দোলনত লাগি গৈঢ়ে। কি সৰ কি ছোৱালীৰ বাল্যবিবাহ প্ৰথা যে তেওঁবিলাকৰ উন্নতিৰ বাটৰ লেটুলি-পকা কাইট তাক ভালকৈ বুজি তাক শিপাই শৈত উকি পেলাবলৈ আহহপুৰুষাৰ্থ কৰিছে। মানুহ বুলিলে শ্ৰী-পুৰ উঃ- যুকে বুজায়। মানুহৰ উন্নতি বুলিলে পুৰুষৰ উন্নতিকে হে বুজায়নে কি? স্ত্ৰী-জাতিক কি সদায় আপোনাৰ ইচ্ছামতে মদাহীৰ ফুটবল, বুঢ়ালাপুঙৰ টো, সিহঁতৰ আন অবস্থা বিয়া দি ডিঙিৰ মণি, হাতৰ খাৰু, কাণৰ কেক শোলাকাই বিধৱ উপাধিৰে সুশোহিত কৰি সিহঁতৰু সংসাৰৰ নিকাৰ ভুবলৈকে সৃষ্টি কৰিছিল নে? মানুহৰ সমানে এগুগ যদি সাই মন্তুষ্ট শিক্ষিত, তেতে নো মানুহৰ উন্নতি পেতে কেনেকৈ হয়? এনে বিলাক প্ৰশ্ন আন্দোলন কৰি আজিকালি বঙ্গসমাজৰ শিৰোমণি চি। মুত থাকতোষ মুখোপাধ্যায় মহোদয়ে তেওঁৰ নিজৰ বিধৱ। যেকক হিন্দু মতে পুনৰ বিয়া দিয়ে। এই উদাহৰণ লৈ এতিয়া বঙ্গালী ডেকাসকলে বিধৱাৰিবাহ কৰিবলৈ ইচ্ছুক হোৱ দৈনিক কাকতত দেখা যায়। তাৰ পাছত ওপৰৰপৰা হেচা মাৰি ধৰা হীৰ শ্ৰেণীৰ মানুহবিলাক পুনৰ নিমিষে বাৰু সিহঁতৰ মাজত শিক্ষাবিকাৰৰ নিমিতে নথৈ যা হৈয়। এইবিলাকৰ লগে লগে বেহা যেপাৰ, কল কৌশল, শিল্প বাণিজ্য উন্নতি অৰ্থে মালয়ে বাড়ি কাৰ্যৰে প্ৰৰে কৰিছে। মুঠতে কাশীয় জাতীয় জীৱন গঢ়িবলৈ আন্দোলন কৰিছে।