পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া “হুজুগ?” 0 shame to unen! devil with devil damnd Firm concord holde; men only disagree Of creatures ratinal, though under hope of heavenly grace; aud God proclaiming peace, Yet live in hatred, emity and strife, Among theinselves, As if (which might induce us to accord} Mai, ad not hellish fies enough besides, That day aud night, for his destruction wait | Milton “আকাক দেখি উঠিল শা, কেতুৰীয়ে বোলে মোকো খা। কলমুটিয়াই একা ভাৰতবাসীক লঙ কক্ষনে কাণত পানী ঢালি গাবৰ দিনাৰেপৰা ভাৰতৰ নানান প্ৰদেশৰ মানুহে আগৰ দৰ এৰি নিজৰ নিজৰ কামত লাগি ফোলাহাকোলে কাৰ্য্যক্ষেত্ৰত আগবাঢ়িছে। যেতিয়া কোনোৱে কোনো কাম অকলৈ কৰিব পৰা নাই, কোনো মত অকলৈ প্ৰচাৰ কৰিৱ পৰা নাই, কোনো সামাজিক বিকাৰৰ প্ৰতিকাৰ অকলৈ কৰিব পৰা নাই, তেতিয়া সহ এনে লগ লাগি মিলিজুলি, সকলোৰে মত একেটা পাচিতে লৈ অহোটা চকুৰে ধেনা, কেৰণীয়, গেলা, ঠিহিৰা, পুকীয়া বাছি দলিয়াই পেলাই ঘূণ নখকা কিটাক সম্বল কৰি লৈ জাতীয় উন্নতিৰ বাটত আগবাঢ়িছে। এই কথাৰ প্ৰমাণ “বৰত ই লাগিল -তাকে মনে কোনে চকু মেলি চায়” খোচনামধাবী বীৰপুৰুসকলৰু হে দিব লাগিব। দূৰলৈ যাব নেলাগে ওচৰচুবুৰীয়া বঙ্গদেশলৈকে চাওক। এসময়ত এই বিশাল প্ৰদেশখনৰ এখগুৰ বাণীয়ে আন এখৰ বঙ্গালীক “বাঙ্গাল” বুলি ইতিকিং কৰিছিল। এতিয়া মুখত , বাবা মা ওলোৱা প্ৰত্যেকজনকে প্ৰত্যেক বাণী- মেইকৰ মানুহ আঁতিগুৰি নিবিচাৰি কি দেশত কি বিদেশত কি এত কি যলত তাই বুলি আকোঁৱালি ধৰিছে।