পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘেণ্ড, ১৮৩২] গুৰু চৰিত্ৰ। সম্বৰণ কৰে, যদুবংশক বাণী সুৰ সেৱন কৰাই সমূলি নিমূল কৰিলে। স্বয়ং প্ৰভু কলিৰ সন্ধ্যাকালে মানৱলীলা সম্বৰণ কৰি ৰসুৰা পৰিত্যাগ কৰিলে; কিন্তু কৃষ্ণদেৱত পূৰ্ণগৱানে জিঞ্জাসা কৰিলে, সম্পূৰ্ণ লেক অন হল নে? উত্তৰত নহল বুলি কোৱাত মৰত আক্ষেপ কৰি এটি দৃষ্টান্ত দিছে। এজন বন্ধ লোক দশজন পুত্ৰ অছিল। বেপাৰ কৰিবৰ কাৰণ প্ৰথমে ৰুমে ন জনক পঠালে আটাই সেইন মুলনাণী নগৰত সোমাই বন্দী হৈ থাকিল। সৰ্ব্ব কনিষ্ঠজনক চাৰ লাখ টকা দি বেপাৰৰ কাৰণ পাই কলে যে তুমি কেতিয়াও মুনশী নগৰত প্ৰবেশ নহব।। যদি অকস্মাৎ সোমাব লগা হয় তেন্তে তিনি-মুৰীয়া বুঢ়াৰ কথামতে বেপাৰ কৰিবা। ডেকা সাউদ বেপাৰৰ সময় মুলনাশী নগৰত প্ৰবেশ কৰি প্ৰথমে খোবক পালে; ধোবাৰ এটি গলি আছিল, ডেকা সাউজে সেই পখীটা মাৰিত যোবাই কলে, যই ৰাজাৰ ৰজক; বগলিটা আগত ৰাকি সেই চৰাই পাখিৰ আৰ্হিৰে কাপোৰ ধোৱা হয়; তুমি তাকে মাৰিলা হয়, বগলিটা দিয়া, নতুবা এক লাখ টকা দিয়া [ তেতিয়া সাউদৰ পুত্ৰই উপায়- শুৰ হৈ ফিৰি আহি দিম বুলি স্বীকাৰ কৰিলে। দ্বিতীয়তঃ এক কণাই লগ পাই কলে যে তোমাৰ পিতায়েৰে এক লাখ টকা দিম বুলি মোৰ চকু এটা নিছে, হয় চকু দিয়া নাইবা এক লাখ টকা দিয়া; ডেকা সাউদে উপায় নাপাই কিৰি আহি দিম বুলি স্বীকাৰ ললে। তৃতীয়তঃ এনী। হে লগ পায় খলিলে, তোমাৰ পিতায়েৰে মোক বিবাহ কৰিছে, এ লক্ষ টকা; কৰি খোৱ হৈছে, মোক নিব লাগে আৰু এক লাখ টকা দিব লাগে; সাইদে কলে উভতি আহি দিয়া হয। চতুৰ্থতা এখন লোকে কলে তোমাৰ পিয়েৰে এক লাখ টকাৰ এগছি ছাইৰ গেছু নিছে সেই লেগাছি দিয়া অভাবে এক লাখ টকা মিয়া। তাকে। উভতি আহি দিব বুলি উত্তৰ দিলে। এই প্ৰাৰে ডেকা সাউলে চাষি লক্ষ টা জেনাত পৰি ভাবিব লাগিল, হঠাৎ পিতৃবাক্য মনোমধ্যে উদয় হোৱাত তিনিমুৰীয়া বৃদ্ধলোক বিচাৰ কৰি এজনক ভেট পালে। বুঢ়াত সাৱশে কথা ঋমি লহ এইদৰে উপদেশ দিলে; প্ৰথমে পোয়া পোশাক কব মোৰ এক লাখ টকাৰ এটা পৰিকণা মাছ আছিল, নাৱৰ আগে আগে