আধ্যে, ১৮৩২] গুৰু চৰিত্ৰ। কৰিলা। পিছত শাহ এক ও মাংসপিণ্ড এন্ম পালে। কুতি মাংস দেখি লজ্জিত হৈ ৩ শত পেলাই দিলে। ভগবানে কাৰ্য হোৱা যে শুধিলে কি কৰিলা, বৰ আয় হল, সৃষ্টি কামু অৱহেলা কলি। পানীত বুৰ দি সেই মাংসপি এটি ডিম্বাকাৰে পালে। সেই ডিৰ ভিতৰত ব্ৰহ্মা, শিৱ, প্ৰতি তিনিজন জন্ম হৈছে। এই তিনিজনেই সৃষ্টিৰ প্ৰথৰ কাৰণ। | যি সময় ধৰিত্ৰীয়ে দুষ্ট বাঙ্গাসকলৰ ভাৰ সহিব নোৱাৰি অহ; দেৱতা সকলে সৈতে স্বীসমুদ্ৰৰ তীৰত ভগৱানক আৰাধনা কৰাত দৈববাণীৰে ব্ৰহ্মই ফলে, যে তোমালোকা আবশ্যক মতে গোকুলত জন্ম গৈ, মইও বসুদেৱৰ ঔৰসে দৈবকীৰ গৰ্জত মনিকাকে এম শঙিম। এই বাক্য সত্য কৰিবৰ নিমিত্তে স্বয়ং পূৰ্ণব্ৰহ্ম মথুৰাত আবিৰ্ভাৱ হৈছিলহি। ঋষি সফল গে, সকল গোপী ৰূপে মুগছিলে। বসুদেৱ পূৰ্বমত সুতপা নামে প্ৰজাপতি, মৈষকী—পৃথিও নামে সঙ্গী আছিল; ব্ৰহ্মাদেৱে ইকো কৰিবলৈ পঠালত উছয়ে বাৰ বছৰ বাপি ঘোৰ তপ আচৰিলে, বায়ু দুঞ্জি পকা পাত ভক্ষণ ভিন্ন অন আহৰ নাছিল। তপগু ভগবান তুষ্ট হৈ সাক্ষাৎ হোৱাত মায়াত মুহিত হৈ পৰ বাঞ্ছা কৰিলে। পৰমব্ৰয় ভগৱানে মনোভিলাষ পূৰ্ণ হব বুলি বৰ দি অন্তৰ্জান হল। মধু ৰাত কংস, বসুদেব, দৈবকী জন্ম লতি পৰম্পৰ বৈবাহিক সম্বন্ধ ঘটালে। বিবাহৰ পিছত ৰখত তুলি ৰখি হৈ যোৱাত দৈববাণী হল-এওঁৰ উৰ এ পুত্ৰে তোমাৰ প্ৰাণ সব। কংসাৰে ভয় পাই যে সীক কাটি- যলৈ উদ্যোগ কৰাত ৰাখি পত্ৰ অৰ্পণ কৰা হব বুলি অঙ্গীকাৰ কৰাই প্ৰাণে নাৰি এৰি দিলে। তদন্ত ছয়জন পুৰ ও নাতে বাক্য ৰাখি অৰ্পণ ফলিত নিৰ্দয় মাতুলৰ হাত একে একে কৰে মৃত্যু। সব শৰ্জ স্থিতি হোৱা নাৰায়ণে মহামায়াক পঠা, দৈবকীৰ গৰ্ত ৰেণিীৰ ষ্টাৰত ৰাখি তুমি স্বয়ং যশোদাৰ গৰ্ভত বাস কৰা শৈ, আমিও বৈীৰ উত উপজি গৈ, বসুদেৱে আমাক হৈ তোমাক লৈ আহিষ, তোমাৰ চাৰি নাম ৰ। কেতিয়া ভগৱত ৰৈীৰ খঙত যিতি শ, কংসাই ভয় লাই-সেবীয় হিছিল। দশ মাস পূৰ্ণ যেয়াত সুতিকা পূহ অতিশয়
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৬৯
অৱয়ব