কৃষ্ণ শৰণং। গুৰু চৰিত্ৰ। প্ৰম আধা। শায় নমস্তভ্যং মাধৱেন সমন্বিতং। ভক্তানপি তথা বলে মাধৱং নীল শিক্ষিত। ক্ৰয়াং শ্ৰয়ং নিত্যং গীতাং গীতা যুদ। চিতাং চিন্তাতাং ভক্তা গুণাং চবিতং তথা। অনাদি ভগৱন্তু একেৰে থাকি সংসাৰ জনৰ মন হোৱাত ফটাকে চালে, তাতে যাৰ জৰপৰা এৰুতি সোঁ অৰপৰা পুৰুষ অৱতাৰ হয়, সেই অৱতাৰ বয়ক ৰাধা মাধৱ বোলে। ভকতৰ পদে গোলেক বৈকুণ্ঠ থাপি চাৰিবাৰে চাৰিজন ব্যৰি দিছে। এদিন পূণ ভগৱ বিৰজাৰ ওচ- বলৈ হাত প্ৰাৰে দুৱৰি ঘৰ ৰক্ষা কৰিবলৈ আজ্ঞা দিয়ে। ভগৱানে বিৰজাৰ লগঞ্জ মেকক্ষণ ক্ৰীড়া কৰিীত লক্ষ্মীয়ে প্ৰভুৰু নেদেখি বিচাৰি আহি বিৰাৰ দুৱাৰত ধৰাত দামে বাধা দিয়াত ৰাক্ষসৰ প্ৰভাৱ বুলি লক্ষ্মীয়ে শাপ দিয়ে, তাতে সেৱকে দুখিত হৈ বিনাদোষে শাপ দিয়াত লক্ষ্মীকে। অষ্য হব লাগিব বুলি অভিশাপ দিলে। বিজাদেবী লক্ষ্মীৰ আগমনত ভয় পাই এৰিত হৈ নদী হল; পৰমেৰে বাক্য কৰিলে তোমত মানব সকলে মোক পাব। | ৰাধা মাধৱ উভয়কে হংস ৰূপ ধৰিবলৈ আদেশ হোৱাত দুজনে মানস সৰোবৰত ৰংগ হংসী হৈ ক্ৰীড়া কৰি কতকাল আছিল। এদিন পৰমেৰে আহি দেখি কোপৰে কলে যে তোমালোকে ক্ৰীড়াত ভোল হৈ সময় নষ্ট + এতে -লেখা পুথিখন আমি আমাৰ বন্ধু শাস্প খুত বেণুধৰ ৰাজখে। পৰা পায়। খোৱা পাওয়া এই পুথিখন পটকা ম মুখ পুৱাৰাৰ এই দোয়া সত্ৰৰ পুণি এখনৰপৰা নকল কৰি আনি দিছিল। আমি এই পুখি লচৰ গৰাকী থকাৰ কৰিবৰ মৰ কৰিছে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৬৮
অৱয়ব