পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহ। [২ , ১ম খ্যা অভাৱত অনেক ব্ৰাহ্মণেও যৌজাৰী নাৰ পাইছিল। শঙ্কৰদেৱৰ গৰাই প্ৰকাশিত বৈষ্ণৱৰ্ম আসাযত কালকৈ প্ৰচাৰিত হোৱাৰ আগেয়ে অনেক বায়ুণে হাল খোৱা আৰু হাল ৰাই থাকোতেই ৰা গাই পিঠা মোবাই কা, আৰু সন্ধ্যা আজি ব্ৰহ্মণ্য কামনা বুলি গুচৰিত্ৰত উল্লেখ আছে। আজিকালি বৌদ্ধ বুলিলে আমি বি বুনে, সেই কালত যৌ শৰ মানে তেনে নাছিল। অনাচাৰী, ৰীৰাচাৰী, ৰহ্মণ্য কৰ্ম্মজ্ঞানহীন লোককে সেই কালত বৌ বেলা হৈছিল। বেজি শব্দষ্টো তেতিয়া এক একাৰ শিবাচক আছিল। সেইদেখি ত বৌদ্ধধৰ্মৰ অকাল আৰু হিন্দুধৰ্মৰ পুনৰ খান আগ ডোখৰ কালত ডাক চৰিত্ৰ বিৰচিত হৈছিল বুলি আমাৰ বিশ্বাস। ভাৰত কোনোকালে একেবাৰেই হিন্দুধৰ্ম্মও শৰা নাছিল, আৰু বৌও বিলোপ হোৱা নাছিল। বৌদ্ধধৰ্ম অধপত আৰু হিন্দুধৰ্ম পুনৰ তেনেৰে অভ্যুত্থানৰ মাজভোগৰত অকল আসাৰত আৰু বঙ্গদেশত কি, তবৰ্ষৰ আন আন দেশভো নামা কিত-কিমাকাৰ যিহুশি খিচিৰি খতি আৰু বিশ্বাসবোৰ প্ৰচলিত হৈছিল। তেনে কাশতে কাষৰূপত ৰাচাৰী গায়িক ধৰ্মৰ বিকাশ হৈছিল। | জীপিকাত বৌক আক্ৰমণ কৰা পৰ ফাকিচেৰেক তলত দিলোঃ- স্ত্ৰ লি দিয়ে কি গতিক বিবেক। কলিত পামৰ লোক একে আনিবেক কাম ক্ৰোধ সোত মোহ সবাকে ত্যজিয়া। নিবিড় শন মনে সমাধি ধৰিয়া। সক সনন্দ ম বোগীগণ খত। তাৰ সবো হৰি নেদেখে হয়ত তা কাল মৃতিকাৰ মাৰি এতিয়াক। হৰি মূৰ্তি বুলি তাক পূৰ্ব বিবেক। এহিমতে বোলয়ে লোৰু গৰি। নহৈবে গতি মোৰ সংসাৰ পৰি।” “নৰ শিখিয়ে কাটিৰে মনুষ্যক।