আযোণ, ১৮৪২] ডাকৰ পুথি। ১৯ বলী পতিসকলৰ হাতত পৰি কাষৰূপৰ পানী “ডাক গুৱাৰ" কি দুৰ্গতি হৈছে পাঠকসকলে চাওক। | এইখন দেখি শুনি ডাকৰ আহিতে আমাৰে এফাকি বচন ৰচি গাৰৰ মন গৈছে, বঙ্গ পণ্ডিতৰ মহা গুণ। ডাক মাৰি কৈনে খুন। মহাজ্ঞানী অসমীয়া ডাক। ডাকিনীৰ পৈয়েক পাতিলে তা ডাক যে অতি প্ৰাচীন ফলীয়া জ্ঞানী পুৰুৰ আছিল, আৰু তেওঁৰ ৰচনৰ পুথিও যে অতি প্ৰাচীন কলীয়া হাত আমাৰ সন্দেহ নাই। কমপক্ষেও ট্ৰীয় পঞ্চম কি বণ্ঠ শতিকাত আলামত ভাকৰ পুথি ৰচিত হৈছিল বুলি আমাৰ বিশ্বাস। নেপালত “ডাকাৰ্থৰ পুথি অৰ্থাৎ ডাকৰ বচনৰ পুথি ওলোৱাত এইটো আৰু প্ৰমাণ হল যে পুৰণি কামৰূপ ৰাজ্যৰ ভাষা, বিদ্য, জান আৰু গৌৰৱৰ প্ৰভাৰ দূৰ হিমালয়ৰ কাষৰ দেশ নেপাল শৰ্ধক বিপি পৰিছিল। ধন্য আসাম! বঙ্গ দেশ! তুমি ডাক হেন মহাপুৰু- বক অৰ্থাৎ ভুলকৈ পতা “বঙ্গে সক্ৰেটিস," অৰ্থাৎ আচলতে আসাম চক্ৰেটিক গৰ্ভত ধাৰণ কৰিছি।। শাঞ্জী মহাশয়ে কোৱা দৰে ঢাকৰ বচন যদি ডাকিনী মাদিৰ শাৰীৰ হয় তেন্তে সেটা আক, এটা ডাঙৰ প্ৰমাণ যে ডাক আসম কামৰূপৰ হৈ মানুহ; কাৰণ কিনী যোগিনী ম-আচল আদি ঠাই যে কামৰূপ কামাখ্যা সেইটে। শাস্ত্ৰী মহাশয় আৰু দীনেশ বাবুৱেও অস্বীকাৰ কৰিবৰ উপায় নাই। | আমাৰত আৰু বঙ্গদেশত বৈষ্ণৱ ধন্য প্ৰাপ্তি হোৱাৰ আগয়ে অনেক ইনাচাৰী হিমু আছিল। আন কি, সদাচাৰৰ আৰু নিৰ্ম্মল শাস্ত্ৰজ্ঞানৰ
- 'ওই গৈ নামে সোনকালে।
দুই ৰেলে। গুৱনে।” অসমীয়া ভৰি পুথি। শিগড়ি পাটালে। ও লাশে পালে। বুৰে ভাৰু গোয়াল ঘ” কেয়াৰ লগ্ন শুয়ে চল”