১৮ [ ২ বছৰ, ১ম সংখ্যা ‘শৌচ বাজে মঙ্গল কৰি। সূৰ্যাক দেখাইব নয়ন ভৰি। তেখেলে পুহৰ হৈৰ কুশল। জয় হৰি বুলি কৰা মঙ্গল।” শুনা সৰ্বজন ভাক চৰিত্ৰ। ৰাম ৰাম বুলি তৰা কলিত। “অনিতা দেহত না কাশ। হৰিৰ নামত কৰা বিশ্বাস। আক জানি সৰে আলাস এৰি। সম্বনে ডাকিয়া ঘেষিয়ে হৰি।” দীনেশ বাবুৱে আৰু কয়~-“ৰৌদ্ধধৰ্ম্মেৰ সম্পূৰ্ণ অবনতিৰ সময় উহা নাস্তিকতায় পৰিণত হইয়াছিল।"ডাকেৰ বচনে তপ সূত্ৰও প্ৰচাৰিত দেখা যায়, ভাল দ্ৰব্য যখন পাব। কালিকাৰে তুলিয়া নাথোক। দশি হ কৰিয়া ভোগ। ঔষধ দিয়া খণ্ডাৰ ৰোগ। বলে ডাক এই সংসাৰে। আপনামইলে কিসেৰ আৰ।” কে গৃহস্থৰ দৈনিক জীৱন-যাত্ৰা নিৰ্বাহ কৰিবৰ নিমিত্তে আৱশ্যকীয় “প্ৰেক্টিকেল” উপদেশ দিছিল, পৰকালৰ হিতাৰ্থে ধৰ্ম্মপুথি লিখা নাছিল। এনে মূলত, দীনেশ বাবুৰ শুৰ অসাৰ্থক নহয় নে? পুখুৰী খুন, আলি বন্ধোৱা, দেৱালয় কৰা পুণ্যকাৰ্যবোৰ হিন্দুখৰ ভিতৰুৱা নহয় জানো? জেহেলৈ সেইবোৰ বৌদ্ধধৰে পৰাই হিন্দুৱে পাওক। দীনেশ বাবুৱে তেওঁৰ কিতাপত লেখিছে,- “এই পুস্তকেৰ প্ৰথম সংস্কৰণ প্ৰকাশিত হওয়াৰ পৰে জানা গিন্নাছে নেপালে বৌদ্ধ পণ্ডিতগণ বাৰা সুৰক্ষিত, সংস্কৃত টিপ্পনী সংযুক্ত ‘ডাকাৰ্ণব' পুস্তকে বঙ্গীয় ডাকে ৰচনসমূহ উদ্ধত আছে। বঙ্গদেশে প্ৰচলিত ডাকে চমেৰ ভাষাপেক্ষা- সেগুলিৰ ভাষা জটিল। এই পুস্তক মহামহোপাধায় মুক্ত প্ৰসাদ শাস্ত্ৰী যা দেখিয়া আসিয়াছেন। হাৰ মতে ‘ডাক’ শব্দ ডাকিনী শব্দেৰ পুলিঙ্গ ও একাৰ্থবাচক, যে ডাকিনী ব্যাধি সৃষ্ট , ঢাকেৰ বচন সেই শ্ৰেণীৰ। বৌদিগেৰ ৰা এই পুস্তক সবৰে ক্ষিত হইতেছে, সুতা ঐ সমস্ত ৰচন যে যে যুগীয় এখন নিঃসন্দেহে বলা যাইতে পাবে।”
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৬৪
অৱয়ব