পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [২৪ বহ, ১ম সংখ্যা 00 হক, তেনে এক আগবাঢ়িবোৱ সকলৰ লগ ধৰিবলৈ আশা কৰিব নোৱাৰি। আমি নিজকে নিজে “বোগ্য” নকৰিলে অনন্য কৰি নিদিয়েছি। এই সংসাৰেই হইছে মোগ্যৰ ঘৰ, অযোগ্য অধঃপাতলৈ যাব।" দুইৰ দৰে অসমীয়াৰ তেজ আৰু উৎসাহ এতিয়া ভাগ্যৰ জাপৰ তলত লুকাই আছে—এবাৰ ভমকাই উঠিবই উঠিব।” "জোনাকীৰ” এই যা আৰু আশা এই ২২ বছৰৰ ভিতৰত কিমান দুৰ সফল হৈছে, আৰু “ভাগ্যৰ অপৰ তলত লুকাই থকা অসমীয়াৰ তেজ আৰু উৎসাহ এতিয়া কিমান “ওমকাই উঠিছে” তাক পাঠকসকলে অৱৰে দেখিছে। আমি কিন্তু নিৰাশ হোৱা নাই; বৰং অসমীয়া ভাষাৰ উন্নতি বিষয়ত আশাতীত ফল ইছে বুলি হে আমাৰ বিশ্বাস। তেতিয়া জোনাকীয়ে হাঁহি পেংলাইৰ খোজ খাইছিল, লেকাত লাগি পৰি আছিল; কিন্তু আজি বহীৰ তেনে দুৰ্দশা হোৱা নাই, তেনে দুৰৱস্থা হোৱা নাই। বাৰীয়ে নাকি সদিয়াৰপৰা মাহলৈকে অসমীয়াৰ আদৰ পাইছে, ৰজাৰ পৰা প্ৰালৈকে সকলোৰে সন্মান লভিছে, বৰৰপৰা সৰুলৈকে অসমীয়াৰ শদ্বা ঘৰ আকৰ্ষণ কৰিছে। ই খুত লক্ষণ নহয় নে? আসাৰৰ ভবিষ্যৎ পোহৰৰ জিলিঙনি নহয় নে? ১৮১ শকৰ জোনাকীৰ ভবিষ্যৎ বাণী কলিৱাৰ চিন নহয় নে? এইদেখি আমি আজি ন হি ফৰ পৰা হৈছে। যে আসামত অসমীয়া মাহেকীয়া কাকতৰ দুৰ্দিন গল। ঘূত এন্ধাৰ হাৰিল আৰু জোনাক ফিলি। অৱশ্যে ৰাহীতে ব্ৰহ্মাৰপৰা বৰ লৈ খমা হামৰে সৈতে অজৰ মৰ হৈ অহা নাই। ৰাৰীয়ে নাৰি নাজানি যদি চোতালখন হাৰাষগুৰীয়া বুদ্ধি কৈ খোপোৰ লাগি বহি থাকে, অথবা নাচি নানিও লোক যে- ৱাই পাক চেৰেক নাচিবলৈ গৈ হামখুৰি খাই পৰি আগত কেইটা ভাঙে, ওঠখন কাটি তেজেৰে টুলি হৈ কা-“মোৰ গাত দোষ নাই, চাতালখন যে ওখোৰামোনা অৰ্থাৎ সমীয়া মানুহৰোৰ হে বেয়া, কাৰণ সিহঁতে আমাক নয়, নপঢ়ে, পইচা নিদিয়ে, এদেখি আমি অত্যাগ কৰিব খুখিছোঁ” ভেয়ে সেইখাবে ৰীয়ে নিজফ হে শলাগিব লাগিব, লোকৰ গা দিব নোৱাৰে: আমি ওপৰত কৈছে যে