পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৪৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

োেণ '৮৩২] সম্পাদকৰ চৰা। আমাৰ শাহ দেখি অনেকে হাঁহিছিল; আৰু আমি বিপশাগত দু বাতি লৰাৰ দৰে সচাকৈ পাৰ হবলৈ ওলাইছিল; আৰু অসমৰ কাকতৰ পৰি নিশ্চয় কচুপাতত পানী টুপিৰ দৰে আছিল। শিক্ষিত সমীয়াৰ কথাকে নকওঁ, আমাৰ মনত আছে, অনেক শিক্ষিত অসমীয়াই তেতিয়া আমাক অসমীয়া ভাষাত ৰচনা লেখা দেবি, আৰু আৰাৰ লোনা কাকত পঢ়ি পেংলাই কৰিছিল। বহুতে আমাৰ জোনাকীক লৰাৰ ধেমালি, আৰু অসমীয়া ভাষাত প্ৰবন্ধ ৰচনা কৰি তাক বিষ্ণু কৰিবলৈ যোৱাটো বলিয়ালি বুলি যে ভাবিছিল এনে নহয়। সই নকওঁ, * বিশ্ববিদ্যালয় উচ্চশিক্ষা পোৰ। কোনো ডাঙৰীয়াই আমাক জোনাকীযোলিত সময় পায় নকৰিবলৈ উপদেশ দি কৈছিল যে বাৰু গোলোকে বাদ সচাকৈয়ে অসমীয়া ভাষাৰু ভাষা কৰিব খুজিছা তেন্তে বাৰু তোমালোকে মোক আগেয়ে ইংৰাজী “গলিত ট্ৰেভেল” কিতাপখম অসমীয়ালৈ জাঙি দেখুৱ॥ তোমালোকে কলেজৰ কিতাপ পঢ়ক, “জোনাকী” পোছ উলিয়াই মিছাতে সময় নষ্ট নকৰিবা। আমাৰ সেই গণতন উৎসাহত এনে বিধৰ বাহী চা পানী ভালেমান পৰিছিল। কিন্তু কোনা- কীয়ে তালৈ কাণ নিলি কৈছিল—“মকৈ উঠি অহা অসমৰ নিমিতে আমাৰ আটাই শক্তি ব্যয় কৰিম। এই পাছপৰি থকা আন্ধাৰ দেশলৈ অলপ 'জোনাক’ পমুৱাব নোৱাৰিলেও, যদি নিজে নিজে ও যৰ ফিৰিগতিৰ পোৰ বাট পাওঁ তেনে আমাৰ শক্তিৰ মিছা ব্যয় হোৱা নাই বুলি ভাবি। আমি নো আমাৰ দেন শিক্ষাত পাই, গু তিয়াৰী, থমত দুখীয়া, সংখ্যালয় শক্তিহীন, বাধ্য ঋণী, কাষত এলেহুৱা ও পৰাধীন—কিন্তু আমি নিজ শক্তি জয়ী হইহে কাম হাত যি পাবে। আমি বুজিবলৈ ওলাইছে। “গান্ধাৰৰ” বিপক্ষে; উলেগ-দেশৰ উন্নতি, • কো”। ফিগলৈ আগ বাঢ়িব পাৰিম সেই নিজৰ শক্তি, চাল ও হোগৰ ওপৰতহে বই আছে। এটাতে ওই পৰি লাগোই, যুগেও আপুনি ওলা; পাটিত পৰি দিন গণিবৰ সৰ না। চাৰি ফলে বই “” চলিছে-সমীয়া ি িনে? এই প না, ণ, বিগিক বিনতে খৰি তৰি কেচাই য িকে